VidTo

Call Directions

VidTo Contact us
9678321639/9954261696

We know how to care your memories✨

আৰম্ভণিৰে পৰা VidTo ৰ সৈতে জড়িত থকা নয়ন পণ্ডিতক ভৱিষ্যত কৰ্মজীৱনলৈ শুভেচ্ছা যাচি আনুষ্ঠানিকভাৱে VidTo ৰ পৰিয়ালৰ পৰা ব...
27/09/2026

আৰম্ভণিৰে পৰা VidTo ৰ সৈতে জড়িত থকা নয়ন পণ্ডিতক ভৱিষ্যত কৰ্মজীৱনলৈ শুভেচ্ছা যাচি আনুষ্ঠানিকভাৱে VidTo ৰ পৰিয়ালৰ পৰা বিদায় সম্বৰ্ধনা জনোৱা হয় । VidTo ৰ বাবে নয়ন দাৰ কষ্ট, অৱদান, পৰামৰ্শ আদিৰ বাবে আমি তেওঁৰ ওচৰত কৃতজ্ঞ, আগলৈও তেখেতৰ পৰামৰ্শ আমাৰ চিৰ কাম্য।

22/09/2026

Bookins on💥💥📸🎥

কোনে জানে বিষাদৰ পৰিধি ইমান বহল হ'ব !!অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গ কায়িকভাৱে নোহোৱা হোৱা আজি এটা বছৰ সম্পূৰ্ণ হ'ল,প...
19/09/2026

কোনে জানে বিষাদৰ পৰিধি ইমান বহল হ'ব !!
অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গ কায়িকভাৱে নোহোৱা হোৱা আজি এটা বছৰ সম্পূৰ্ণ হ'ল,প্ৰাণৰ শিল্পীগৰাকীক VidTo ৰ পৰিয়ালে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰোঁ |

18/09/2026
Assamese wedding's rituals"ওলাই আহা আইদেউ তুমি মূৰত কাপোৰ লৈ,মাৰাৰ হাতত ছাবি দিয়া চিৰদিনলৈ।ওলাই আহা আইদেউ তুমি নকৰিবা ল...
14/09/2026

Assamese wedding's rituals

"ওলাই আহা আইদেউ তুমি মূৰত কাপোৰ লৈ,মাৰাৰ হাতত ছাবি দিয়া চিৰদিনলৈ।ওলাই আহা আইদেউ তুমি নকৰিবা লাজে,তোমাৰ বাবে ৰৈ আছো সমাজৰে মাজে।ওলাই আহা আইদেউ তুমি মা-দেউতাক সেৱালৈ,তোমাৰ শাহু ৰৈ আছে জোৰোণ দিবলৈ।ওলাই আহা আইদেউ তুমি সখীক লগত লৈ,তোমাৰ শাহু ৰৈ আছে সেন্দুৰ দিবলৈ।"

A magical moment of tradition and affection
10/09/2026

A magical moment of tradition and affection

"হাতে হাত রেখে আজ জীবনের নতুন পথ চলা শুরু।"
07/09/2026

"হাতে হাত রেখে আজ জীবনের নতুন পথ চলা শুরু।"

“Together is a beautiful place to be.”
05/09/2026

“Together is a beautiful place to be.”

Address

Udalguri
784509

Telephone

+919678321639

Website

Alerts

Be the first to know and let us send you an email when VidTo posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share