Geeta Dahutia

Geeta Dahutia All in one! follow for more gardening, writing, cooking and more content!

25/08/2026

ৰাতিপুৱাই বাৰীৰ পৰা পাচলি 🍆🥒🍅 খিনি আনি ললে আৰু দিনটোলৈ চিন্তা নাই✅



পুৱাৰ সম্ভাষণ জনালোঁ ❤️✅
25/08/2026

পুৱাৰ সম্ভাষণ জনালোঁ ❤️✅



শুভ ৰাত্ৰি জনালোঁ 🌆
24/08/2026

শুভ ৰাত্ৰি জনালোঁ 🌆


24/08/2026

আজি আগতীয়াকৈ সিঁচা লাইশাক🌿 এসাঁজৰ চিঙা হ'ল 😋✅


শুভ সন্ধিয়া বন্ধু -বান্ধৱী সকল 🌆 আগতীয়াকৈ কৰা লাইশাক আজি এসাঁজৰ জোখাৰে চিঙা হ'ল 😋 কেনেকৈ খাম তাকেহে ভাবিছোঁ 🤔
24/08/2026

শুভ সন্ধিয়া বন্ধু -বান্ধৱী সকল 🌆 আগতীয়াকৈ কৰা লাইশাক আজি এসাঁজৰ জোখাৰে চিঙা হ'ল 😋 কেনেকৈ খাম তাকেহে ভাবিছোঁ 🤔


24/08/2026

পঞ্চামৃত প্ৰস্তুত কৰাৰ পৰা খুউৱালৈকে কিছু দৃশ্য সাঁচি ৰাখিলোঁ 🥰✅


পুৱাৰ দহ বজাৰ গাখীৰ চাহ কাপ হাতত লৈ ☕
24/08/2026

পুৱাৰ দহ বজাৰ গাখীৰ চাহ কাপ হাতত লৈ ☕


24/08/2026

ৰাতিপুৱাই কৰি নললে প্ৰখৰ ৰ'দৰ🌩️ বাবে পিছত এইবিলাক কাম কৰিবলৈ অসুবিধা হয় ✅


সুপ্ৰভাত জনালোঁ 🌹দিনটো সৰ্বাঙ্গসুন্দৰ হৈ উঠক✅       ゚
23/08/2026

সুপ্ৰভাত জনালোঁ 🌹দিনটো সৰ্বাঙ্গসুন্দৰ হৈ উঠক✅



 #শুভৰাত্ৰি বন্ধু -বান্ধৱী সকল 🌆 আজিকালি আগৰ দৰে আলহী -অতিথি  মানুহৰ ঘৰলৈ অহা-যোৱা কৰাৰ পৰম্পৰাটো প্ৰায় নোহোৱাৰ দৰেই হৈ...
23/08/2026

#শুভৰাত্ৰি বন্ধু -বান্ধৱী সকল 🌆 আজিকালি আগৰ দৰে আলহী -অতিথি মানুহৰ ঘৰলৈ অহা-যোৱা কৰাৰ পৰম্পৰাটো প্ৰায় নোহোৱাৰ দৰেই হৈ পৰিল 😚 কিন্তু তাৰ মাজতো যি সকলৰ অত্যন্ত মৰম ,চেনেহ আৰু শুভকামনা অন্তৰত জাগ্ৰত হৈ থাকে তেওঁলোকৰ বাবে কোনো পৰিস্থিতিয়েই বাধা হিচাপে থিয় দিব নোৱাৰে ।হয়তো এনে তাড়নাৰ বশৱৰ্তী হৈয়েই নব্বৈৰ দেওনা পাৰ কৰা মোমাইদেউ -মামীদেউৰ আমাৰ ঘৰত পদাপৰ্ণ 🥰 তেওঁলোকক ঈশ্বৰে সু-স্বাস্থ্য প্ৰদান কৰাৰ লগতে এই মৰম -চেনেহৰ যি এনাজৰী সেয়া সকলোৰে বাবে আদৰ্শ হোৱাৰ কামনা কৰিলোঁ ❤️🙏



Address

Tinsukia
786125

Website

Alerts

Be the first to know and let us send you an email when Geeta Dahutia posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share