26/10/2026
পৰিবেশ আৰু বনমন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ নেতৃত্বত
কাজিৰঙাত আন্তঃগাঁথনি উন্নয়ন আৰু আধুনিকীকৰণৰ পদক্ষেপ গ্ৰহণ
ৰাষ্ট্ৰীয় উদ্যানখনত কৰ্মৰত বনৰক্ষী সকলৰ বাবে হ’বলগীয়া ৩২টা ফ্লেটযুক্ত আৱাস গৃহৰ নিৰ্মাণ হ'ব।