Rabha Tribe

Rabha Tribe ৰাভা হাছং � ৰাভা হাছং
তুমালৈ জনাও প্ৰণাম �
RABHA HASONG ARSU (RHAC) �

সুন্দৰ পদক্ষেপ 💗❤️‍🩹💐
05/07/2026

সুন্দৰ পদক্ষেপ 💗❤️‍🩹💐

২০ জুন, ৰাভা দিৱস ❤️ আজি হৈছে আমাৰ সকলোৰে মৰমৰ  শ্রদ্ধাৰ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা দেৱৰ স্মৃতি দিৱস , অৰ্থাৎ মৃত্যু বাৰ্...
20/06/2026

২০ জুন, ৰাভা দিৱস ❤️ আজি হৈছে আমাৰ সকলোৰে মৰমৰ শ্রদ্ধাৰ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা দেৱৰ স্মৃতি দিৱস , অৰ্থাৎ মৃত্যু বাৰ্ষিকী 💖

ফাৰকান্তি আৰু হামজাৰ ৰাভা কৃষ্টি নৃত্যৰ কৰ্মশালা ❤️
05/06/2026

ফাৰকান্তি আৰু হামজাৰ ৰাভা কৃষ্টি নৃত্যৰ কৰ্মশালা ❤️

সমূহ ৰাভা ৰাইজকে বায়খো উৎসৱৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলো ❤️🔥
31/05/2026

সমূহ ৰাভা ৰাইজকে বায়খো উৎসৱৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলো ❤️🔥

Rabha Kai ❤️
24/05/2026

Rabha Kai ❤️

ৰাভা হাছং স্বায়ত্ত শাসিত পৰিষদ এলেকাৰ বাহিৰত বসবাস কৰা ৰাভা জনগোষ্ঠীৰ সামাজিক আৰু অৰ্থনৈতিক উন্নয়নৰ বাবে তলত উল্লেখ কৰা...
14/03/2026

ৰাভা হাছং স্বায়ত্ত শাসিত পৰিষদ এলেকাৰ বাহিৰত বসবাস কৰা ৰাভা জনগোষ্ঠীৰ সামাজিক আৰু অৰ্থনৈতিক উন্নয়নৰ বাবে তলত উল্লেখ কৰা সদস্য সকলক লৈ কালি অসম চৰকাৰে “ৰাভা উন্নয়ন পৰিষদ” গঠন কৰি দিয়াৰ বাবে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা দেৱলৈ আৰু শিক্ষা,ভৈয়াম জনজাতি আৰু পিছপৰা শ্ৰেণীৰ কল্যাণ মন্ত্ৰী সন্মানীয় ডা° ৰণোজ পেগু মহোদয়লৈ নিখিল ৰাভা ছাত্ৰ সন্থাৰ পৰা আন্তৰিক ধন্যবাদ জনোৱাৰ লগতে এই পৰিষদ গঠনৰ ক্ষেত্ৰত সহযোগ কৰি বিশেষ ভূমিকা পালন কৰা ৰাভা হাছং স্বায়ত্ত শাসিত পৰিষদৰ সন্মানীয় মুখ্য কাৰ্যবাহী সদস্য শ্ৰী টংকেশ্বৰ ৰাভা আৰু ভাৰতীয় জনতা পাৰ্টি,অসম প্ৰদেশৰ সন্মানীয় ৰাজ্যিক সভাপতি দিলিপ শইকীয়া দেৱলৈয়ো নিখিল ৰাভা ছাত্ৰ সন্থা বঙাইগাঁও জিলা সমিতি তৰফৰ পৰা আন্তৰিক ধন্যবাদ ও কৃতজ্ঞতা জনালোঁ ৷



Chang Chang Renga GOLAGHAT ❤️🤟🌹
03/02/2026

Chang Chang Renga GOLAGHAT ❤️🤟🌹

01/01/2026

Bwswr pidanni nemtharthypita
Happy New Year 🎊🎉

Address

Tamulpur

Website

Alerts

Be the first to know and let us send you an email when Rabha Tribe posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share