07/11/2025
আমাৰ চৰাইদেউ চেমনীয়া বিহু হুঁচৰি দল (সোণাৰি) ৰ বিহুৱা মৰম জ্যোতি গগৈৰ পিতৃ ৰঞ্জন গগৈৰ আকস্মিক মৃত্যুৰ বাতৰিয়ে আমাক স্তম্ভিত আৰু শোকস্তব্ধ কৰি তুলিলে ।
তেখেতৰ বিদেহ আত্মাৰ সদগতিৰ কামনাৰে চৰাইদেউ চেমনীয়া বিহু হুঁচৰি দলৰ পৰিয়ালৰ হৈ অশ্ৰুসিক্ত নয়নেৰে প্ৰভু ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ ।