The lalontop.Com

The lalontop.Com social work\freedom

10/07/2024

বৰ দুখ লগা ঘটনা ৷ আজি ৰাতিপুৱা ৪/৩০ মান বজাত শিয়ালদহ- আগৰতলা কাঞ্চনজংঘা এক্সপ্ৰেছ ৰেলগাড়ীখন জাগীৰোড ৰেল ষ্টেচন পাৰ হৈ আহি আজুৰী ষ্টেচন পোৱাৰ আগমূহূৰ্তত হাতী এটা ৰেলআলি পাৰ হ’ব ধৰোতেই ইঞ্জিনে হাতীটোক বেয়াকৈ আঘাত কৰে ৷ এই বিষয়ত হাতীটো বা ৰেলখনৰ ড্ৰাইভাৰৰ কোনো দোষ নাই ৷ কিয়নো ড্ৰাইভাৰজনে জানি শুনি কোনো দিনেই কাৰো অপকাৰ কৰিব নিবিচাৰে ৷ ১২০/১৩০ কিলোমিটাৰ গতিত থকা ট্ৰেনখন হঠাতে ৰখাম বুলি ড্ৰাইভাৰজনে ৰখাব নোৱাৰে ৷ সেইবাবেই হাতীটো মৃত্যু মুখত পৰিব লগা হ’ল ৷

এইখিনিতে বনবিভাগ আৰু ৰেলৱে বিভাগে মিলি যদি হাতী ওলোৱা এলেকা সমুহত হাতীয়ে ৰেলআলি পাৰ হ’ব নোৱাৰাকৈ ৰেলআলিৰ দুয়োপিনে গাৰ্ডওৱাল ব্যৱস্থা কৰে তেনেহলে এনেকুৱা ঘটনাবোৰ নোহোৱা হ’ব । আপোনাৰ মতামত দিবচোন 🥲🥲

09/07/2024

জসিম ভাই সুনিয়া যাও কানো যাও তুমি 😁😁😁
বিডিও টা দেখবেন ভাই এটা দূষি না |এই ঘটনার বিসারি ঘটনা দেখে I am to অবাক 😁😁😁📍📍📍📍

Address

Silchar
788116

Website

Alerts

Be the first to know and let us send you an email when The lalontop.Com posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to The lalontop.Com:

Share

Category