28/10/2026
থলুৱা সংস্কৃতিৰ অনন্য পৰিচয় এই মুখা শিল্প।
শাৰদীয় উৎসৱ ৰাসলীলা সমাগত, শ্রী শংকৰদেৱ কলা কৃষ্টি কেন্দ্র, দিখৌমুখৰ থলুৱা শিল্পীৰ হাতত প্ৰাণ পাই উঠিছে ৰাসৰ বাবে ভিন্ন মুখা।❤️
শ্ৰী শংকৰদেৱ কলা-কৃষ্টি কেন্দ্ৰ , দিখৌমুখ
♥️
Himanta Biswa Sarma