Kabhi khushi kabhi gaam

Kabhi khushi kabhi gaam Our aim is to bind everyone together with education and love.

অসমীয়াৰ আবেগ.... জুবিন গাৰ্গৰ পদ চিহ্ন 💚❤️💞  ゚viralシfypシ゚viralシ
21/09/2025

অসমীয়াৰ আবেগ.... জুবিন গাৰ্গৰ পদ চিহ্ন 💚❤️💞

゚viralシfypシ゚viralシ

📌💯😭“যি কণ্ঠত অসম হয় উজ্জ্বল, সেই কণ্ঠ আজিৰে পৰা স্তব্ধ। গভীৰ শ্ৰদ্ধাঞ্জলি।"    ゚viralシfypシ゚viralシ
19/09/2025

📌💯😭“যি কণ্ঠত অসম হয় উজ্জ্বল, সেই কণ্ঠ আজিৰে পৰা স্তব্ধ। গভীৰ শ্ৰদ্ধাঞ্জলি।" ゚viralシfypシ゚viralシ

📌 প্ৰকৃত বন্ধুত্ব কি❓ বৰ্তমান সময়ত প্ৰকৃত বন্ধুত্ব আছেনে ??? ✨সুধামাই শ্রী কৃষ্ণক সুধিছিল বন্ধুত্বৰ প্রকৃত অর্থ কি?তেতি...
12/09/2025

📌 প্ৰকৃত বন্ধুত্ব কি❓ বৰ্তমান সময়ত প্ৰকৃত বন্ধুত্ব আছেনে ???

✨সুধামাই শ্রী কৃষ্ণক সুধিছিল বন্ধুত্বৰ প্রকৃত অর্থ কি?
তেতিয়া উত্তৰত শ্রী কৃষ্ণই হাঁহি হাঁহি কৈছিল যে- য'ত স্বার্থ থাকে তাত প্রকৃত বন্ধুত্ব নাথাকে ।
💚বন্ধুত্বৰ প্ৰকৃত অৰ্থ হৈছে নিঃস্বাৰ্থ মৰম আৰু আন্তৰিকতা।
🌿যেতিয়া দুজন মানুহে লাভ-ক্ষতিৰ চিন্তা নকৰাকৈ এজনে আনজনৰ সুখ-দুখত ভাগ লয়, এজনে আনজনৰ ওপৰত ভৰষা কৰে আৰু কেৱল উপস্থিতিতেই আনন্দ অনুভৱ কৰে, তেতিয়াহে সেই বন্ধুত্ব সঁচাকৈয়ে প্ৰকৃত। য'ত স্বাৰ্থ থাকে, তাত বন্ধুত্ব ব্যৱসায় হৈ পৰে; কিন্তু য'ত নিঃস্বাৰ্থতা থাকে, তাতেই বন্ধুত্ব চিৰ সৌন্দৰ্য্য হৈ থাকে। ✨ ゚viralシfypシ゚viralシ

কোনে লিখিছে নাজানো, কিন্তু অসাধাৰণ👌🔥১. মায়ে ৯ মাহ বহন কৰে, দেউতাই বছৰ বছৰ বহন কৰে, দুয়ো সমান,তথাপিও নাজানো কিয়  দেউতা...
11/09/2025

কোনে লিখিছে নাজানো, কিন্তু অসাধাৰণ👌🔥

১. মায়ে ৯ মাহ বহন কৰে, দেউতাই বছৰ বছৰ বহন কৰে, দুয়ো সমান,তথাপিও নাজানো কিয় দেউতা পিছ পৰি ৰয়।
২. মায়ে দৰমহা নোহোৱাকৈ পৰিয়ালটো চলায়, দেউতাই ঘৰৰ বাবে সকলো দৰমহা খৰচ কৰে, দুয়োৰে সমান প্ৰচেষ্টা, তথাপিও নাজানো দেউতা কিয় পিছ পৰি ৰয়।
৩. মায়ে যি মন যায় ৰান্ধে, দেউতাই যি বিচাৰে কিনি আনে, তেওঁলোকৰ মৰম সমান, কিন্তু মাৰ মৰমক শ্ৰেষ্ঠ বুলি দেখুওৱা হয়। ,তথাপিও নাজানো কিয় দেউতা পিছ পৰি ৰয়।
৪. ফোনত কথা পাতিলে প্ৰথমে মাৰ লগত কথা পাতিব মন যায়, বিপদত পৰিলে 'মা' বুলি কান্দো। প্ৰয়োজনৰ সময়তহে দেউতালৈ মনত পৰে, কিন্তু দেউতাই কেতিয়াও বেয়া নাপায় যে আমি আন সময়ত তেওঁক মনত নেপেলাওঁ? সন্তানৰ পৰা মৰম পোৱাৰ ক্ষেত্ৰত পিতৃসকল কিয় পিছ পৰি আছে, প্ৰজন্মৰ পিছত প্ৰজন্ম ধৰি নাজানো।
৫. আলমাৰীটো ৰঙীন শাৰী আৰু ল’ৰা-ছোৱালীৰ বহুত কাপোৰেৰে ভৰি পৰিব কিন্তু দেউতাকৰ কাপোৰ খুব কম, নিজৰ প্ৰয়োজনৰ প্ৰতি তেওঁ গুৰুত্ব নিদিয়ে, ,তথাপিও নাজানো কিয় দেউতা পিছ পৰি ৰয়।
৬. মাৰ বহুত সোণৰ অলংকাৰ আছে, কিন্তু দেউতাৰ মাত্ৰ এটা আঙঠি আছে যিটো তেওঁৰ বিয়াৰ সময়ত তেওঁক দিয়া হৈছিল। তথাপিও মায়ে কম গহনা বুলি অভিযোগ কৰে আৰু দেউতাই নকৰে। এতিয়াও নাজানো দেউতা কিয় পিছ পৰি ৰয়।
৭. দেউতাই গোটেই জীৱন কষ্ট কৰি পৰিয়ালটো চোৱাচিতা কৰে, কিন্তু স্বীকৃতিৰ কথা আহিলে নাজানো কিয় তেওঁ সদায় পিছ পৰি থাকে।
৮. মায়ে কয় এই মাহত কলেজৰ ফীজ দিব লাগিব, তথাপিও প্লিজ মোক উৎসৱৰ বাবে শাৰী এখন কিনি দিব, কিন্তু দেউতাই নতুন কাপোৰৰ কথাও নাভাবিলে। দুয়োৰে মৰম সমান, ,তথাপিও নাজানো কিয় দেউতা পিছ পৰি ৰয়।
৯. মাক-দেউতাক বুঢ়া হ’লে ল’ৰা-ছোৱালীবোৰে কয়, ঘৰৰ কাম চোৱাচিতা কৰাত আৰু পৰিয়াল পৰিচালিত কৰাত মা সকলোতকৈ উপযোগী।
দেউতা পিছ পৰি ৰৈছে কাৰণ তেওঁ পৰিয়ালটোৰ মেৰুদণ্ড। আৰু আমাৰ মেৰুদণ্ড আমাৰ শৰীৰৰ পিছফালে থাকে। তেওঁৰ বাবেই আমি নিজৰ ওপৰত থিয় দিব পাৰো। হয়তো, এই কাৰণেই তেওঁ গোটেই পৰিয়ালটো ধৰি ৰাখিছে...!!!!
সকলো পিতৃলৈ উৎসৰ্গিত পৃথিৱীৰ সকলো পিতৃলৈ প্ৰণাম |
゚viralシfypシ゚viralシ

10/09/2025

📌আক্ৰাছুৰ প্ৰতিবাদ,,, প্ৰতিবাদকাৰীৰ ওপৰত আৰক্ষীৰ লাঠি চালনা।।। ゚viralシfypシ゚viralシ

29/08/2025

Hi everyone! 🌟 You can support me by sending Stars - they help me earn money to keep making content you love.

Whenever you see the Stars icon, you can send me Stars!

         কিছুমান গাড়ী চালকে কৰা ডাঙৰ ভুল...পানীয়ে প্ৰাণ।সাধাৰণতে আজিকালি দীৰ্ঘ ভ্ৰমণলৈ যাবলগীয়া হ'লে আমাৰ পানী বটলসমূ...
29/08/2025


কিছুমান গাড়ী চালকে কৰা ডাঙৰ ভুল...

পানীয়ে প্ৰাণ।
সাধাৰণতে আজিকালি দীৰ্ঘ ভ্ৰমণলৈ যাবলগীয়া হ'লে আমাৰ পানী বটলসমূহ বেছিকৈয়ে গাড়ীত ভৰাই লোৱা এটা অভ্যাস গঢ়ি উঠিছে।বহুতো চালকে ভ্ৰমণৰ সময়ত সহজে পাব পৰা হিচাপত এই পানীৰ বটলসমূহ চালকৰ ছিটৰ তলত বা কাষতে থোৱা দেখা যায়।এইটো এটা ভয়ংকৰ আৰু বিপদাপন্ন অভ্যাস।

গাড়ী এখন চলি থকা অৱস্থাত হোৱা জোঁকাৰণি আৰু ব্ৰেকিংৰ ফলত কেতিয়াবা এনেকৈ ছিটৰ তলত বা কাষত থোৱা বটলসমূহ বাগৰি আহি চালকৰ ব্ৰেকপেডেলৰ তলত সোমাই গৈ অতি ভয়ংকৰ অৱস্থাৰ সৃষ্টি কৰা দেখা যায়।কেৱল পানীৰ বটলেই নহয়,বহুতো চালকে বেছি দীঘলীয়া যাত্ৰাত কেতিয়াবা ভৰিৰ জোতা-চেণ্ডেল খুলি থৈ আৰামেৰে গাড়ী চলোৱা দেখা যায়।বিশেষকৈ আজিকালি ক্লাটছপেডেল নথকা অট'মেটিক গাড়ীমূহৰ চালকসকলে দীঘলীয়া যাত্ৰাত সততে এনেকৈ গাড়ী চলোৱা দেখা যায়।পানীৰ বটল যেনেকৈ বাগৰি আহি ব্ৰেক পেডেলৰ তলত সোমাই গৈ আহুকালৰ সৃষ্টি কৰে,ঠিক তেনেকৈ খুলি থোৱা জোতা-চেণ্ডেলত সেই একেই সমস্যা সৃষ্টি কৰি দুৰ্ঘটনা সংঘটিত কৰাব পাৰে।এনেকুৱাকৈ ব্ৰেকপেডেলৰ তলত পানীৰ বটল/জোতা-চেণ্ডেল আদি সোমাই গ'লে চালকে যিমান জোৰেৰে ব্ৰেকপেডেলত হেঁচা নিদিয়ক কিয়,গাড়ীখনৰ ব্ৰেক নধৰা হৈ পৰিব।গাড়ীখন একপ্ৰকাৰ ব্ৰেকফেইল হৈ পৰিব।গাড়ীখন যদি অলপ বেছি গতিত থাকে, তেনেহলে দুৰ্ঘটনা হোৱাটো খাটাং।

গতিকে পানীও খাওক আৰু সুৰক্ষিত হৈও থাকক।পানীৰ বটলসমূহ বাগৰি ফুৰিব নোৱাৰাকৈ সুৰক্ষিত স্থানত ৰাখক আৰু সদায় জোতা পিন্ধিহে গাড়ী চলাওক।

(পূৰ্বতে প্ৰকাশিত।প্ৰাসংগিকতা থকাৰ বাবে পুনৰ আজি লিখিলোঁ।আচলতে দৈনিক যিবোৰ পথ দূৰ্ঘটনা হ'বলৈ আৰম্ভ কৰিছে বা হৈছে,তাৰে কম-বেছি পৰিমাণে ওপৰত উল্লেখ কৰা সেই সাধাৰণ যেন লগা পানীৰ বটলসমূহ সুৰক্ষিত স্থানত নৰখা বাবেই হৈছে)

উৎসঃ দিতুল গোহাঁই

11/11/2024

So funny 🤣🤣🤣 ゚viralシfypシ゚viralシ

03/07/2023

হাউলী ৰাস মহোৎসৱৰ দৃশ্য 🥰🥰🥰❤️

 েশৰ প্ৰথমজন  #অভিধান প্ৰণেতা তথা ৰচোঁতা  #ডামচাও_টেঙাই_মহন ,,,,,      ✍ আমি প্ৰথম অসমীয়া অভিধান প্ৰণেতা তথা ৰচোঁতা বুলি...
12/06/2023

েশৰ প্ৰথমজন #অভিধান প্ৰণেতা তথা ৰচোঁতা #ডামচাও_টেঙাই_মহন ,,,,,

✍ আমি প্ৰথম অসমীয়া অভিধান প্ৰণেতা তথা ৰচোঁতা বুলিলে #হেমকোষ ৰ প্ৰণেতা হেমচন্দ্ৰ বৰুৱাদেৱৰ নামটোৱেই সকলোৱে জানোঁ । কিন্তু হেমচন্দ্ৰ বৰুৱাদেৱতকৈ 125 বছৰৰ পূৰ্বেই ছশ বছৰীয়া আহোম ৰাজত্বৰ দিনৰ স্বৰ্গদেউ গৌৰীনাথ সিংহৰ ৰাজত্বৰ কালত 1775 খ্ৰী:ত #টেঙাই_মহন নামৰ এজন টাই-আহোম পণ্ডিতে াকত_হু_মুং নামৰ এখন অভিধান লিখি উলিয়াইছিল । ইয়াৰ ওপৰিও তেওঁ বহু পুঠি-পাঁজি লিখি থৈ গৈছিল । যিবোৰ নেকি বৃটিছ বিষয়া ছাৰ কেপ্তেইন ৱেলচে ইংলেণ্ড (ব্ৰিটেইন) লৈ গৈছিল আৰু লগতে তেওঁক ইংলেণ্ডলৈ নিয়াৰ ব্যৱস্থা কৰি তেওঁৰ দ্বাৰা সেইবোৰ অনুবাদ কৰাইছিল । ডামচাও টেঙাই মহনদেৱেই আছিল অসম দেশৰ প্ৰথমজন অভিধান প্ৰণেতা আৰু বিলাতলৈ যোৱা ব্যক্তি । টেঙাই মহনৰ জন্ম হৈছিল 1715 খ্ৰী: ত ঐতিহাসিক শিৱসাগৰ (তাহানিৰ #ৰংপুৰ) ৰ #চে_ৰাই_দয় (বৰ্তমানৰ #চৰাইদেউ জিলা) ৰ #বানতুং_খাটত চাওফা চাওলুঙ ছুকাফাৰ সৈতে অহা িক (বুৰঞ্জী লিখোঁতা) বিখ্যাত #থাও_ম্যুং_ম_চাই_মহুং (মহন) পৰিয়ালত আৰু মৃত্যু হৈছিল ডিব্ৰুগড়ৰ খোৱাঙৰ বৰপথাৰ দেওধাই গাঁৱত । 1932 খ্ৰী: ত চন্দ্ৰনাথ ফুকনদেৱে টেঙাই মহনদেৱৰ াকত_হু_মুং পুঠিখন ্ৰ নামেৰে সম্পাদনা কৰি উলিয়াই । এনে এজন মহান পণ্ডিতক কিন্তু আজিৰ কুৰি-একবিংশ শতিকাৰ অসমীয়াসকলে চিনি নাপায় অথবা তেওঁৰ অৱদানৰ বিষয়ে নাজানে ।।

Address

North Lakhimpur

Alerts

Be the first to know and let us send you an email when Kabhi khushi kabhi gaam posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Kabhi khushi kabhi gaam:

Share

Category