বটদ্ৰৱা LIVE

বটদ্ৰৱা LIVE আমাৰ বেকাপ পেইজে Like Share আৰু Follow কৰিব।

03/09/2026

পশ্চিম কাৰ্বি আংলং খেৰনীত প্ৰতি বছৰৰ দৰে এইবেলিও পশ্চিম কাৰ্বি আংলং জিলাৰ খেৰনী চাৰিআলি স্থিত অন্যতম আগশাৰীৰ ব্যক্তিগত শিক্ষানুষ্ঠান আদৰ্শ চিনিয়ৰ চেকেণ্ডেৰী স্কুলত দেখা গ’ল এক উৎসৱমুখৰ আৰু মনোমোহা পৰিৱেশ।

03/09/2026

বোৱাৰী হত্যাকাণ্ডৰ ঘটনা। পশ্চিম কাৰ্বি আংলঙৰ ২ নম্বৰ নৱাইবিলত সংঘটিত হোৱা বোৱাৰী হত্যাকাণ্ডৰ ঘটনাক কেন্দ্ৰ কৰি চেপা উত্তেজনা ।

03/09/2026

অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ অভাৱনীয় মূল্যবৃদ্ধিৰ হ্ৰাস কৰাৰ দাৱীত খাদ্য,ৰাজহুৱা বিতৰণ গ্ৰাহক পৰিক্ৰমা বিভাগৰ শৱযাত্ৰা কৰি হাজোত আছুৰ তীব্ৰ প্ৰতিবাদ।

03/09/2026

ধিং সমষ্টিৰ প্ৰাক্তন বিধায়ক হাজী মোবাৰক আলী পাঠানৰ জানাজা আজি দিনৰ ২ বজাত ২ নং কান্ধুলিমাৰী মাঠখলা বজাৰ খেলপথাৰত সম্পন্ন হয়।

গৌৰৱ কঢ়িয়াই আনিছে নগাঁও চহৰৰ পানীগাওঁ চাৰিআলিৰ ৰাজবীৰ বৰাই।
03/09/2026

গৌৰৱ কঢ়িয়াই আনিছে নগাঁও চহৰৰ পানীগাওঁ চাৰিআলিৰ ৰাজবীৰ বৰাই।

02/09/2026

ৰাজ্যত ৰাষ্ট্ৰীয় ঘাইপথ, ৰাজ্যিক ঘাইপথৰ লগতে লোকনিৰ্মাণ বিভাগৰ পথ,দলঙৰ দুৰৱস্থাৰ বাবেই নিতৌ বৃদ্ধি পাইছে দুৰ্ঘটনাৰ সংখ্যা।

02/09/2026

আৰক্ষীৰ সৈতে হতাহতিও একাংশ জনতাৰ। প্রসংগ:---বোৱাৰী হত্যাকাণ্ডৰ ঘটনা। পশ্চিম কাৰ্বি আংলঙৰ ২ নম্বৰ নৱাইবিলত সংঘটিত হোৱা বোৱাৰী হত্যাকাণ্ডৰ ঘটনাক কেন্দ্ৰ কৰি আজিও অব্যাহত আছে চেপা উত্তেজনা।

ধিং সমষ্টিৰ প্ৰাক্তন বিধায়ক মোবাৰক আলী পাঠান চাহাব আজি নগাঁৱৰ Dew Care Hospital ত  ইন্তাকাল হয়৷
02/09/2026

ধিং সমষ্টিৰ প্ৰাক্তন বিধায়ক মোবাৰক আলী পাঠান চাহাব আজি নগাঁৱৰ Dew Care Hospital ত ইন্তাকাল হয়৷

Address

BATADRABA
Nagaon
782122

Alerts

Be the first to know and let us send you an email when বটদ্ৰৱা LIVE posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share