01/08/2023
আপোনাৰ মবাইল বা DSLR কেমেৰাটোৰে অসমৰ যিকোনো ঠাইৰ ধুনীয়া প্ৰাকৃতিক দৃশ্য এটিৰ ফটো উঠাই আমালৈ [email protected] ঠিকনাত ফোন নম্বৰসহ মেইল কৰি পঠিয়াই দিয়ক অহা ১৬ আগষ্টৰ ভিতৰত। শ্ৰেষ্ঠ বিবেচিত হ'লে আপুনি লাভ কৰি নগদ ১০ হাজাৰ টকা, ট্ৰফ্ৰী আৰু প্ৰমাণপত্ৰ।