জোনাক

জোনাক অনুগ্ৰহ কৰি এই পেজ টো follow কৰিৱ ।
আৰু ইয়াৰ video/photo বোৰ ভাল লাগিলে
like, coment কৰিৱ ।

পাৰ্থক্য ইমানে
06/06/2025

পাৰ্থক্য ইমানে

13/07/2024
অসমীয়া ছবি জগতৰ এক চিনাকি মুখ খন নাইকীয়া হ'ল।🥺তেখেতৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছো যতে আছে শান্তিত থাকক।ওঁম শান্তি 🙏🌸
17/12/2023

অসমীয়া ছবি জগতৰ এক চিনাকি মুখ খন নাইকীয়া হ'ল।🥺
তেখেতৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছো
যতে আছে শান্তিত থাকক।
ওঁম শান্তি 🙏🌸

Happy birthday zubeen da 😌💕শুভ জন্মদিন দাদা ❤️Zubeen Garg
17/11/2023

Happy birthday zubeen da 😌💕

শুভ জন্মদিন দাদা ❤️
Zubeen Garg

জন্ম দিনৰ অযুত শুভেচ্ছা জনালোঁ 💐❤️
06/08/2023

জন্ম দিনৰ অযুত শুভেচ্ছা জনালোঁ 💐❤️

তেখেতৰ বিদেহী আত্মাৰ শান্তি কামনা কৰিলোঁ।
07/07/2023

তেখেতৰ বিদেহী আত্মাৰ শান্তি কামনা কৰিলোঁ।

পুৱাই এটা দুঃখবৰ! অভিনেতা বিজয় শংকৰ শইকীয়াৰ অকাল বিয়োগ। নিশা হৃদক্ৰিয়া বন্ধ হৈ মৃত্যু দীৰ্ঘদিনে মধুমেহ ৰোগত আক্ৰান্ত বিজয় শংকৰ শইকীয়াৰ। ৩৯ বছৰ বয়সতে শেষ নিশ্বাস ত্যাগ তেজপুৰৰ বহু অনুষ্ঠানৰ সৈতে জড়িত অভিনেতাজনৰ। প্ৰয়াত অভিনেতা উদয় শংকৰ শইকীয়াৰ পুত্ৰ বিজয় শংকৰ শইকীয়াৰ মৃত্যুত সাংস্কৃতিক জগতত শোকৰ ছাঁ। মৃত্যুৰ সময়ত শইকীয়াই দুই সন্তানৰ সৈতে এৰি থৈ যায় পত্নীক। মঞ্চ নাটকৰ লগতে বহুকেইখন অসমীয়া ধাৰাবাহিক, বোলছবিত অভিনয় কৰিছিল বিজয় শংকৰ শইকীয়াই। শেহতীয়াকৈ 'ডাঃ বেজবৰুৱা ২' বোলছবিত কৰিছিল অভিনয়।

Address

Mangaldai

Website

Alerts

Be the first to know and let us send you an email when জোনাক posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share

Category