Biswa Majuli

Biswa Majuli “𝐓𝐫𝐢𝐛𝐚𝐥 𝐛𝐥𝐨𝐨𝐝. 𝐒𝐭𝐮𝐝𝐞𝐧𝐭 𝐦𝐢𝐧𝐝. 𝐔𝐧𝐢𝐭𝐞𝐝 𝐡𝐞𝐚𝐫𝐭.”
(2)

20/04/2026

ধুনীয়া বিহুৱতী

02/04/2026

স্থান: সোণাৰিআটি, ৰঙাচাহী (মাজুলী)

কালি ৰঙাচাহীৰ সোণাৰিআটি চাৰিআলিত (SUCI) প্ৰাৰ্থীৰ নিৰ্বাচনী প্ৰচাৰ চলি থকাৰ সময়ত একাংশ বিজেপি সমৰ্থকে প্ৰচাৰ কাৰ্যত বাধা দিয়াৰ চেষ্টা কৰে আৰু বিপৰীত জয়ধ্বনি দি এক উত্তপ্ত পৰিৱেশৰ সৃষ্টি কৰে।

ভাৰতীয় নিৰ্বাচন আয়োগৰ 'আদৰ্শ আচৰণ বিধি' (Model Code of Conduct) অনুসৰি, যিকোনো এটা ৰাজনৈতিক দলৰ নিৰ্ধাৰিত সভা বা প্ৰচাৰত আন এটা দলে বাধা দিয়াটো এক দণ্ডনীয় অপৰাধ। নিৰ্বাচনৰ সময়ত প্ৰত্যেক প্ৰাৰ্থীৰে নিজৰ মত প্ৰকাশ কৰাৰ সাংবিধানিক অধিকাৰ আছে।
গণতন্ত্ৰৰ এই যুঁজখন এক সুস্থ আৰু নিকা পৰিৱেশত হোৱাটো আমাৰ সমাজৰ বাবে একান্তই প্ৰয়োজন। এনেধৰণৰ বিশৃংখল কাৰ্যই আমাৰ সমাজৰ শান্তি আৰু একতা বিঘ্নিত কৰাৰ সম্ভাৱনা থাকে।
মই এই বিষয়টোৰ প্ৰতি নিৰ্বাচন পৰিচালনা সমিতি (Election Conduct Committee) আৰু স্থানীয় প্ৰশাসনৰ দৃষ্টি আকৰ্ষণ কৰিছোঁ যাতে ভৱিষ্যতে এনে পৰিস্থিতিৰ পুনৰাবৃত্তি নহয়।


• Election Commission of India
• Chief Electoral Officer, Assam,
• District Election Officer

Big thanks toBiswa Majulifor all of your support! Congrats for being top fans on a streak 🔥!
16/03/2026

Big thanks to

Biswa Majuli

for all of your support! Congrats for being top fans on a streak 🔥!

আজি তাই আমাক এৰি গ’লগৈ... গোহালিটো আজি বৰ উদাস। 💔😭         #আৱেগ  #বিদায়
14/03/2026

আজি তাই আমাক এৰি গ’লগৈ... গোহালিটো আজি বৰ উদাস। 💔😭

#আৱেগ #বিদায়

মাজুলীৰ শিল্প-সংস্কৃতিক ভালপোৱা প্ৰতিজন অসমীয়াক ১০০০ ছাবস্ক্ৰাইবাৰৰ লক্ষ্যত সহায় কৰিবলৈ আহ্বান জনালোঁ।https://youtube.c...
23/02/2026

মাজুলীৰ শিল্প-সংস্কৃতিক ভালপোৱা প্ৰতিজন অসমীয়াক ১০০০ ছাবস্ক্ৰাইবাৰৰ লক্ষ্যত সহায় কৰিবলৈ আহ্বান জনালোঁ।

https://youtube.com/?si=vLFrB_K-prU61iau

❤️
22/02/2026

❤️

Wealcome Gate 🙏
22/02/2026

Wealcome Gate 🙏

  💚
22/02/2026

💚

Our MYF✨
22/02/2026

Our MYF✨

Address

Assam
Majuli
785104

Website

Alerts

Be the first to know and let us send you an email when Biswa Majuli posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Biswa Majuli:

Share