The Miri Rocks

The Miri Rocks Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from The Miri Rocks, Camera/Photo, Majuli-Bongaon.

07/07/2025

নিজৰ fbt share কৰি ৰাখি থৈ দিয়ক কেতিয়াবা কাৰোবাৰ কাম আহিব পাৰে
ওশ ষ্টেট মেডিকেল ইউনিভাৰ্চিটি, মস্কো, ৰাছিয়াৰ কেঞ্চাৰ বিশেষোগ্য ডাঃ গুপ্তপ্ৰসাদ ৰেড্ডী (বি ভি) য়ে কয় - কেঞ্চাৰ কোনো মৰণব্যধি নহয়, কিন্তু মানুহৰ এই ৰোগত মৃত্যু হয় কেৱল উদাসীনতাৰ কাৰণে।

ডাঃ ৰেড্ডীৰ মতে, মাত্ৰ এটি অভ্যাস ত্যাগিলে আৰু দুটি উপায়/থেৰাপি অনুসৰণ কৰিলেই উধাও হ'ব কেঞ্চাৰ। উপায়/থেৰাপি দুটি হৈছে :-

১. অভ্যাস :- সৰ্বপ্ৰথমেই সকলো ধৰণৰ চুগাৰ বা চেনী খোৱা অভ্যাস পৰিহাৰ কৰিব লাগিব। কিয়নো, আমাৰ শৰীৰত চেনী নাপালে কেঞ্চাৰৰ কোষবোৰ এনেই বা প্ৰকৃতিকভাৱেই বিনাশ হৈ যাব।

২. থেৰাপি ১ :- ইয়াৰ পিছত এগিলাচ গৰম পানীত এটা নেমু টেঙাৰ ৰস মিহলাই ল'ব লাগিব। পুৱা কিবা খোৱাৰ আগত, মানে খালি পেটত একেৰাহে তিনি মাহ এই নেমু টেঙাৰ ৰস মিশ্ৰিত কুহুমীয়া গৰম পানী সেৱন কৰিলে উধাও হৈ যাব এই কেঞ্চাৰ।

মেৰিলেণ্ড কলেজ অফ মেডিচিনৰ এটা গৱেষণাত কোৱা হৈছে - কেমোথেৰাপিতকৈও এইটি হাজাৰ গুণে ভাল।

৩. থেৰাপি ২ :- প্ৰতিদিন ৰাতিপুৱা আৰু ৰাতি, চাহ চামুচৰ তিনি চামুচ অৰ্গেনিক নাৰিকল তেল খালেও কেঞ্চাৰ নিৰাময় হয়।

চেনী পৰিহাৰৰ পিছত ওপৰোক্ত দুটি থেৰাপিৰ যিকোনো এটি গ্ৰহণ কৰিলে, কেঞ্চাৰ ৰোগে ঘায়ল কৰিব নোৱাৰিব। অৱশ্যে এইটো সত্য যে - অৱহেলা বা উদাসীনতাৰ কোনো অজুহাত নাই।

উল্লেখ্য, কেঞ্চাৰ সন্দৰ্ভত মানুহক সচেতন কৰিবলৈ ডাঃ গুপ্তপ্ৰসাদ ৰেড্ডী বিগত কেইবা বছৰ ধৰি সামাজিক যোগাযোগ মাধ্যমসহ বিভিন্ন মাধ্যমত এই তথ্যটি প্ৰচাৰ কৰিছে। সৰ্বসাধাৰণক জাগ্ৰত কৰাৰ মানসৰে পোষ্টটি শ্বেয়াৰ কৰিব পাৰে।
Copy

ফতুৱামী কৰিব সময় নাপালে? মানুহজন জীয়াই থাকোঁতে কি কৰি আছিলজীয়াই থাকোতে কিয় নিদিলে ? মৰাৰ পিছত দি কি লাভ l
10/10/2024

ফতুৱামী কৰিব সময় নাপালে? মানুহজন জীয়াই থাকোঁতে কি কৰি আছিল
জীয়াই থাকোতে কিয় নিদিলে ? মৰাৰ পিছত দি কি লাভ l

উদ্যোগপতি ৰতন টাটাৰ দেহৱসান 😢 Rip 🙏
09/10/2024

উদ্যোগপতি ৰতন টাটাৰ দেহৱসান 😢 Rip 🙏

কিহৰ মালা বুজি পোৱা নাই।🤔  শেষ বিদায় জনোৱাৰ মালা নে আন কিবা। 🥴
09/10/2024

কিহৰ মালা বুজি পোৱা নাই।🤔
শেষ বিদায় জনোৱাৰ মালা নে আন কিবা। 🥴

02/10/2024

Address

Majuli-Bongaon

Website

Alerts

Be the first to know and let us send you an email when The Miri Rocks posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share

Category