ABVP unit patidarrang Collge

ABVP unit patidarrang Collge Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from ABVP unit patidarrang Collge, Photography Videography, Muktapur, Kampur.

12/09/2025

" পাতিদৰং স্বচ্ছ সমাজ "
আজি দ্বিতীয়টি দিনৰ চাফাই কাৰ্যসূচীৰ সফল ৰূপায়ন হয় , য'ত আমি সংকটজনক অবস্থাত থকা স্বহীদ বেদীৰ ওচৰৰ বাহখিনি কটাৰ উপৰিও পাতিদৰং মহাবিদ্যালয় অন্য ঠাইবোৰ পৰিস্কাৰ কৰোঁ।❤️🙏🏻
জয়তু পাতিদৰং মহাবিদ্যালয়
জয় আই অসম
ভাৰত মাতা কী জয় ✊🏻❤️

"পাতিদৰং নাৰী শক্তি" ❤️✊🏻গঠন পাতিদৰং মহাবিদ্যালয়ৰ ছাএীসকলৰ অধিকাৰ মৰ্যাদা তথা ছাএী সকলৰ উচিত প্ৰাপ্য প্ৰদানৰ উপৰি ছাএী ...
11/09/2025

"পাতিদৰং নাৰী শক্তি" ❤️✊🏻গঠন
পাতিদৰং মহাবিদ্যালয়ৰ ছাএীসকলৰ অধিকাৰ মৰ্যাদা তথা ছাএী সকলৰ উচিত প্ৰাপ্য প্ৰদানৰ উপৰি ছাএী সকলক সন্মান, উৎসাহ তথা প্ৰেৰণা দিয়া অগ্ৰাধিকাৰ প্ৰদান কৰা , তদুপৰি ছাত্ৰসকলৰ লগে লগে ছাএী সকলক সামাজিক,সাংস্কৃতিক, বৌদ্ধিক ইত্যাদি সৰ্বাংগীন উন্নতিৰ লগতে বিকাশ সাধন উক্ত গোটটিৰ প্ৰধান উদ্দেশ্য

09/09/2025

অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ পাতিদৰং শাখা (আমি পাতিদৰঙীয়ানৰ হৈ পাতিদৰং মহাবিদ্যালয়ৰ উন্নতিৰ হৈ)❤️✊🏻✨

বুকুত অদম্য সাহস , মনোবল তথা আনৰ হকে মহাবিদ্যালয়ৰ হকে আৰু লগতে সমাজৰ হকে নিস্বাৰ্থ কাৰ্য কৰাৰ মানসেৰে উলাই আহিছো ,"  নে...
08/09/2025

বুকুত অদম্য সাহস , মনোবল তথা আনৰ হকে মহাবিদ্যালয়ৰ হকে আৰু লগতে সমাজৰ হকে নিস্বাৰ্থ কাৰ্য কৰাৰ মানসেৰে উলাই আহিছো ," নেতাজীৰ আদৰ্শৰে দেশ মাতৃক ৰক্ষাৰ্থে কৰ্মৰত
আমি লাচিতৰ দেশৰ বীৰ জোৱান" 🚩❤️
জয় আই অসম
ভাৰত মাতা কী জয়

যোৱাবেলি পাতিদৰং মহাবিদ্যালয়ৰ ছাএ একতা সভাৰ সাধাৰণ নিৰ্বাচনত অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ বৃহৎ জয়লাভৰ কিছু বিজয়ী দৃ...
07/09/2025

যোৱাবেলি পাতিদৰং মহাবিদ্যালয়ৰ ছাএ একতা সভাৰ সাধাৰণ নিৰ্বাচনত অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ বৃহৎ জয়লাভৰ কিছু বিজয়ী দৃশ্যাংশ ।
য'ত আমি পাতিদৰং মহাবিদ্যালয়ৰ ছাএ একতা সভাৰ ----
উপ-সভাপতি - শ্ৰী বিবেক নাথ
সাধাৰণ সম্পাদক - শ্ৰী ধিৰাজ ৰাজবংশী
সাংস্কৃতিক সম্পাদক- শ্ৰী বন্দিতা ৰাজবংশী
আলোচনী সম্পাদক - শ্ৰী সনাতন ৰাজবংশী
ছাএী জিৰণী কোঠা সম্পাদক - শ্ৰী ভাস্বতী নাথ
গুৰু খেল সম্পাদক - শ্ৰী কৌশিক ৰাজবংশী
ছাএ জিৰণি কোঠা সম্পাদক - শ্ৰী নয়ন জ্যোতি ৰাজবংশী
প্ৰমুখ্য কৰি অজস্ৰ ছাএ ছাএীৰ মন জয় কৰি পাতিদৰং মহাবিদ্যালয়ৰ উন্নতিৰ হকে সময়ে সময়ে কাৰ্য কৰি গৈ আছোঁ ,
ধন্যবাদেৰে -
অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ পাতিদৰং শাখা
জয় আই অসম
ভাৰত মাতা কী জয় 🙏❤️

আজি (৫/০৯/২০২৫) তাৰিখে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ (পাতিদৰং শাখা) ৰ উদ্যোগত "পাতি দৰং স্বচ্ছ সমাজ" নামে কাৰ্যসূচী সুকল...
05/09/2025

আজি (৫/০৯/২০২৫) তাৰিখে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ (পাতিদৰং শাখা) ৰ উদ্যোগত "পাতি দৰং স্বচ্ছ সমাজ" নামে কাৰ্যসূচী সুকলমে শুভ উদ্বোধনী কৰা হয় ,
জয় আই অসম
ভাৰত মাতা কি জয় ❤️ ✊🏻

Address

Muktapur
Kampur

Website

Alerts

Be the first to know and let us send you an email when ABVP unit patidarrang Collge posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share