মিলিজুলি যুৱ সমাজ, হাউলী MiliJuli Yuba Samaj, Howly

  • Home
  • India
  • Howli
  • মিলিজুলি যুৱ সমাজ, হাউলী MiliJuli Yuba Samaj, Howly

মিলিজুলি যুৱ সমাজ, হাউলী MiliJuli Yuba Samaj, Howly People Love Milijuli Yuba Samaj.

29/09/2025

মহা সপ্তমী পূজা।🙏

29/09/2025

মহা সপ্তমী পূজা।

পূজা আৰম্ভ।
28/09/2025

পূজা আৰম্ভ।

হাৰ্টথ্ৰ'ব জুবিন গাৰ্গলৈ গভীৰ শ্ৰদ্ধাঞ্জলি।আজি প্ৰতিগৰাকী অসমীয়া বাকৰুদ্ধ৷ জনপ্ৰিয় কণ্ঠশিল্পী, সুৰকাৰ আৰু অসমৰ সাংস্কৃত...
19/09/2025

হাৰ্টথ্ৰ'ব জুবিন গাৰ্গলৈ গভীৰ শ্ৰদ্ধাঞ্জলি।
আজি প্ৰতিগৰাকী অসমীয়া বাকৰুদ্ধ৷ জনপ্ৰিয় কণ্ঠশিল্পী, সুৰকাৰ আৰু অসমৰ সাংস্কৃতিক প্ৰতীক জুবিন গাৰ্গ ১৯ ছেপ্টেম্বৰ, ২০২৫ তাৰিখে ছিংগাপুৰত সংঘটিত এক ভয়ংকৰ দুৰ্ঘটনাত মাত্ৰ ৫২ বছৰ বয়সতে আমাৰ মাজৰ পৰা আঁতৰি গ'ল। তেওঁৰ এই অকাল বিয়োগে কেৱল অসমতেই নহয়, সমগ্ৰ ভাৰতীয় সংগীত জগতত এক গভীৰ শূণ্যতাৰ সৃষ্টি কৰিছে।
জুবিন গাৰ্গ আজি শাৰীৰিকভাৱে আমাৰ মাজত নাই যদিও, তেওঁৰ কণ্ঠ চিৰদিন আমাৰ হৃদয়ত প্ৰতিধ্বনিত হৈ থাকিব। তেওঁৰ কালজয়ী সুৰৰ মাজেৰে তেওঁ চিৰকাল জীয়াই থাকিব।
চিৰশান্তিত শয়ন কৰক, জুবিন দা। আপোনাৰ সংগীতে কেতিয়াও মৃত্যুবৰণ নকৰে। ॐ শান্তি।

13/09/2025

'মা' আহি আছে।🙏

১২ সংখ্যক সাৰ্বজনীন শ্ৰীশ্ৰী দুৰ্গা পূজাৰ লাইখুটা স্থাপন অনুষ্ঠানৰ দৃশ্যাংশ ।
31/08/2025

১২ সংখ্যক সাৰ্বজনীন শ্ৰীশ্ৰী দুৰ্গা পূজাৰ লাইখুটা স্থাপন অনুষ্ঠানৰ দৃশ্যাংশ ।

31/08/2025

১২ সংখ্যক সাৰ্বজনীন শ্ৰীশ্ৰী দুৰ্গা পূজাৰ লাইখুটা স্থাপন অনুষ্ঠান।

05/08/2025

হাউলীৰ মিলিজুলি যুৱ সমাজ (ৰুচি চৌধুৰী পথ) ৰ উদ্যোগত এইবেলি ১২ সংখ্যক সাৰ্বজনীন শ্ৰীশ্ৰী দুৰ্গা পূজাৰ আয়োজন কৰা হৈছে। পূজাৰ সকলো কাৰ্যসূচীত ৰাইজৰ উপস্থিতি আৰু সহযোগিতা আন্তৰিকতাৰে কামনা কৰিছে পূজা সমিতিয়ে।

04/08/2025

্মিলিজুলি যুৱ সমাজৰ উদ্যোগত এইবেলি ১২ সংখ্যক সাৰ্বজনীন শ্ৰীশ্ৰী দুৰ্গা পূজাৰ আয়োজন কৰা হৈছে। পূজাৰ সকলো কাৰ্যসূচীত ৰাইজৰ উপস্থিতি আৰু সহযোগিতা আন্তৰিকতাৰে কামনা কৰিছে পূজা সমিতিয়ে।

পূজাৰ সকলো কাৰ্যসূচীত ৰাইজৰ উপস্থিতি আৰু সহযোগিতা আন্তৰিকতাৰে কামনা কৰা হ'ল।
02/08/2025

পূজাৰ সকলো কাৰ্যসূচীত ৰাইজৰ উপস্থিতি আৰু সহযোগিতা আন্তৰিকতাৰে কামনা কৰা হ'ল।

Address

Howly Town, , Choudhary Path
Howli

Website

Alerts

Be the first to know and let us send you an email when মিলিজুলি যুৱ সমাজ, হাউলী MiliJuli Yuba Samaj, Howly posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share