Bikram Borpatra Photography

Bikram Borpatra Photography Experience The Best Wedding and Fashion Photography......

09/05/2026

আমাৰ পৰী কালিৰ নাৰেংগীৰ A S E B Colonyr বিহুৰ অনুষ্ঠানত

কিছুমান মিঠা অতীত বন্দী হৈ থাকিল মোৰ লেন্সত। যিবোৰ দাদাক দেখুওৱা নহ'ল কেতিয়াও, সময়েও নিদিলে। আগতে প্ৰকাশ নকৰা জুবিন দাৰ ...
20/11/2025

কিছুমান মিঠা অতীত বন্দী হৈ থাকিল মোৰ লেন্সত। যিবোৰ দাদাক দেখুওৱা নহ'ল কেতিয়াও, সময়েও নিদিলে। আগতে প্ৰকাশ নকৰা জুবিন দাৰ মই উঠোৱা কেইখনমান ভিন্ন ভংগীমাৰ ফটো দাদাৰ জন্মদিন বুলি ৰাজহুৱা কৰিলোঁ। Happy birthday Zubeen da

03/11/2025

ফুলবোৰ নিচিঙিবা গছে কষ্ট পায় ....
ৰৈ ৰৈ বিনালে

15/10/2025

31/08/2025

TIA Awards Fashion photographer of the year 2025.

New Assamese movie  Poster shoot Bikram Borpatra photography
18/07/2025

New Assamese movie
Poster shoot Bikram Borpatra photography

28/05/2025

“ভাইমনদা “ চালো। সকলোৱে চাব চিনেমাখন । সচাঁকৈ ভাল হৈছে। ভাল হৈছে প্ৰত্যেকজন শিল্পীৰ অভিনয় । হলত উকিয়াই দিলো ফুৰ্তিতে ।প্ৰত্যেকটি চৰিত্ৰৰ সাজপাৰ বিৰাট ভাল লাগিল । Garrima Saikia Garg বৌলৈ অভিনন্দন । Sasanka Samir দা আৰু Shyamantak Gautam দাক বহুত ধন্যবাদ ইমান সুন্দৰ চিনেমা এখন উপহাৰ দিয়াৰ বাবে। অভিনন্দন ’টীম ভাইমনদা’!

In frame: Muskan Khan Bikram Borpatra photography Make up Jaan Saikia
26/03/2025

In frame: Muskan Khan
Bikram Borpatra photography
Make up Jaan Saikia

Bikram Borpatra photography.
07/02/2025

Bikram Borpatra photography.

29/01/2025

Bts Photoshoot for Assamese Serial Surujmukhi

Address

Guwahati
781003

Website

Alerts

Be the first to know and let us send you an email when Bikram Borpatra Photography posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Bikram Borpatra Photography:

Share

Category