Junaki Monor Batere

Directions Website Contact the business

Junaki Monor Batere আপোনাৰ মনৰ কথাৰে..... জোনাকী মনৰ বাটেৰে

13/11/2026
12/11/2026

কাৰোবাৰ চকুৰ পানী যদি কাৰোবাৰ content হয় তেনেহলে সেই content r পৰা পোৱা টকা আৰু বেশ্যাবৃতি কৰি টকা ঘটাৰ মাজত কোনো পাৰ্থক্য নাই....

অযথা উপদেশ দি নিজকে অপমান কৰি নলব

11/11/2026

নমস্কাৰ..... মই সাধাৰণতে fb t নিলিখোঁ post হিচাবে বা...তেনেধৰণে...মই post লিখো poster বনাই reel বনাই share কৰো.... কিন্তু আজি লিখিলো বহুত কিবাকিবি ভাবি....মানুহ কিমান নিকৃষ্ট হলে এনেকুৱা হব পাৰে. মই কব বিচাৰিছোঁ june sadiyar বিষয়ে...তেওঁ কোন মই নাজানো..নামটো দেখিছিলো যদিও কেতিয়াও wall খুঁচৰি ছোৱা নাছিলো সময়ৰ অভাৱত...বাৰু যিয়ে নহওঁক আঢল কথাটো হল. এগৰাকী মাক মাকেই হয়. লাগিলে মাকৰ চৰিত্ৰ যিয়েই নহওঁক... যোৱা 2 দিনৰ পৰা বহুত post আহি আছে screen t তাইৰ বিষয়ে...তাইৰ লৰাটোৰ বিষয়ে....কিন্তু কথাটো হল... এগৰাকী মাকে এটা সন্তান হেৰুৱাইছে.. কিন্তু আমাৰ কিছুমান তথাকথিত page owner , influencer, নাজানো আৰু কত কি.. page/ fb r follow like comment বঢ়াবৰ বাবে সেই কান্দোনত থকা মাকজনী পৰিয়াল লৰাটো লৈ কত কি যে মন্তৱ্য কৰি আছে.....লাজ লাগিব লাগে আপোনালোকৰ বুজিছে.... 2 ta views r নামত আপোনালোকৰ ভিতৰত থকা মানৱতা দয়া মৰম এইবোৰ নোহোৱা হৈ গৈছে...... ভগৱানে নকৰক...কালি যদি আপোনাৰ লৰা ছোৱালী মাক দেউতাক বায়েক ভনীয়েক কাৰোবাৰ লগত তেনেকুৱা হয় আপুনি কি কৰিব.... আপোনাৰ দৰে যদি বেলেগে post দিয়ে আপোনাৰ পৰিয়ালৰ ব্যক্তিক লৈ তেতিয়া আপুনি কি কৰিব.....

# # #অযথা reply comment নকৰিব.....copy নকৰিব..,,,,, copyright লগাই দিম....পাৰিলে share কৰিব...নকৰিলে নাই...but truth is truth always.... ....

We are human ...so being human always

Shout out to my newest followers! Excited to have you onboard! सौरव मजूमदार, Rofiqul Islam Bhuyan, Jitendra Kumar, Gouto...
11/11/2026

Shout out to my newest followers! Excited to have you onboard! सौरव मजूमदार, Rofiqul Islam Bhuyan, Jitendra Kumar, Goutom Gogoi, Gyaan Singh, Rejabul Hoque

Address

Guwahati
785669

Alerts

Be the first to know and let us send you an email when Junaki Monor Batere posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Junaki Monor Batere:

Shortcuts

Share

Category

Nearby photography services