Nilumonee Gogoi Photography

Nilumonee Gogoi  Photography Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Nilumonee Gogoi Photography, Photographer, Guwahati.

কামৰ মাজত এটি ৰঙীন বেলি সৈতে …
26/02/2026

কামৰ মাজত এটি ৰঙীন বেলি সৈতে …

🧿💚💚
29/01/2026

🧿💚💚

“Good vibes, good work, good life 🌈
03/12/2025

“Good vibes, good work, good life 🌈

তোমাৰ নামত…ঘৰৰ অকণমান ঠাই…কেতিয়াবা গান শুনিম , কেতিয়াবা চিনেমা চাম… একে লাইনতে বহি… সদায় থাকিবা আমাৰ ঘৰত দেই… Happy Birt...
18/11/2025

তোমাৰ নামত…
ঘৰৰ অকণমান ঠাই…
কেতিয়াবা গান শুনিম , কেতিয়াবা চিনেমা চাম…
একে লাইনতে বহি…
সদায় থাকিবা আমাৰ ঘৰত দেই…
Happy Birthday Zubeen Garg dada …

Happy Birthday DADA… সকলোৱে কয় আছে…আপোনি বিহীন আপোনাৰ জন্মদিন… আপোনি বিহীন নহয়। আপোনি আছে, থাকিব ও… আজিও ক্ষোভ এটা আছে ।...
18/11/2025

Happy Birthday DADA…

সকলোৱে কয় আছে…
আপোনি বিহীন আপোনাৰ জন্মদিন…

আপোনি বিহীন নহয়। আপোনি আছে, থাকিব ও…
আজিও ক্ষোভ এটা আছে । 19 Th September ৰ দিনটোত যদি আপোনক ICU থলে হয় আপোনি আমাৰ কাৰণেচাগে শেষত উশাস এটা ললে হয়। কিন্তু সিহতঁ অসুৰকেটাই নিদিলে, নোৱাৰিলে।

আজি ৫৯ দিন
পাৰা নাই আপোনি কায়িক ভাৱে যে নাই ভাবিবলে..

দাদা এইবাৰ শৰতত শেৱালি ফুলিল সুৱাস নিদিল…
বহাগত নাহৰ ফুলিবনে, কুলিয়ে মাত দিবনে..
পাৰিম নে নাহৰ শুনিব …

নোৱাৰিম চাগে…
একো নাই
আপোনাৰ গান লগাই সমানে আপোনাৰ লগত গাই থাকিম।
শেষ উশাহটো লৈ আপোনাৰ গানৰ শ্ৰোতা হৈয়ে থাকিম…
বহুত মৰম দাদা…

Again Happy birthday Zubeen Garg dada (ভগৱান)

 .30AM বৰ সাহস কৰি ওলাইছো দাদা… আজি আপোনি থকা হ’লে প্ৰিমিয়াৰশ্ব’ হ’ল হয়। বাতৰি বোৰত আপোনাক বিছাৰি থাকিলো হয়। কাইলৈ লগ ক...
30/10/2025

.30AM
বৰ সাহস কৰি ওলাইছো দাদা…

আজি আপোনি থকা হ’লে প্ৰিমিয়াৰশ্ব’ হ’ল হয়। বাতৰি বোৰত আপোনাক বিছাৰি থাকিলো হয়।
কাইলৈ লগ কৰিব যাম …
বিছাৰি থাকিম আপোনাক …
চিকাৰ চায় থাকোতে যে ঘপকৈ ওলায় দিছিলহি।
কাইলৈ ও যদি তেনেকৈ ওলায় দিলেহি হয়।

এতিয়াও মনটো ৱে মনা নাই ও…
আপোনি আছে থাকিব…
মোৰ মনটোৱে সেইটোৱে কয়।…

এই কেইদিন অকল সাচিছোঁ। যাতে একো থাকি নাযায়। কাৰণ তোমাৰ বাদে মোৰ চাব আৰু শুনিব লগাযে কোনো নাছিল আৰু এতিয়া নালাগেও। হনুমান...
29/10/2025

এই কেইদিন অকল সাচিছোঁ। যাতে একো থাকি নাযায়। কাৰণ তোমাৰ বাদে মোৰ চাব আৰু শুনিব লগাযে কোনো নাছিল আৰু এতিয়া নালাগেও।
হনুমান চালিছা শুনি টোপনি যোৱা মই জনিয়ে এতিয়া তোমাৰ গানত টোপনি যাওঁ।

আজি ২৯ অক্টোবৰ,২০২৫
আজি বিশাল ব্ৰহ্মপুত্ৰ ৰ বুকুত তুমি , তুমি বিছৰা দৰে তোমাক উটুৱাই দিছে। তুমি যে অসম ভাল পোৱা তাকে প্ৰমাণ কৰা হ’ল আকৌ এবাৰ। নদীয়ে নদীয়ে তুমি সকলো জিলালৈ যাবা সকলোৱে তোমাক আদৰি ল’ব।
নদী বোৰ লেতেৰা নকৰিব দেই, তাত আজিৰ পৰা আমাৰ দাদা বৈ থাকিব সীমাহীন গতিত…

আজি বতৰটোৱে ও উচুপি থাকিল …

আজি বৌ ৰ আৰু বা কান্দোনটো সহ‍্য হোৱা নাই এতিয়া লৈ…
ভগৱানে শক্তি দিয়ক তেওঁলোকক…

আকৌ লগ পাম দেই… দাদা (ভগৱান)

সন্মুখত মানুহ , হাজাৰ হাজাৰ মানুহ…তাৰ পাছত ও দাদা ৰ চকুৰে কাৰোবাক বিচাৰি ফুৰে…হাজাৰ মানুহৰ মাজতো তেওঁ‘’ আউখী জোন মোৰ “ গ...
25/10/2025

সন্মুখত মানুহ , হাজাৰ হাজাৰ মানুহ…
তাৰ পাছত ও দাদা ৰ চকুৰে কাৰোবাক বিচাৰি ফুৰে…
হাজাৰ মানুহৰ মাজতো তেওঁ‘’ আউখী জোন মোৰ “ গানটি গাই কান্দোনত ভাগি পৰে…
হাজাৰ মানুহৰ মাজত থাকিও মাক বিচাৰি থকা মনটোৱে লিখে … “চেচাঁ চেচাঁ আঙুলি..এয়াতো নহয় তুমি…’‍’

আজি আমিও বৰ নিথৰোৱা হয় গ’লো দাদা…
আমি বৰ দুখীয়া হৈ পৰিলো…
আমি যে ঘৰৰ এজনক হেৰোৱালো…
সকলো ফালে এতিয়া অন্ধকাৰ…
আপোনাক বিচাৰি সোণাপুৰত হিয়া ভঙা কান্দোন…
কি কৰিব কওঁক দাদা…
তাৰ বাহিৰে যে একো কৰিব নোৱাৰো… আমি…

আমি বৰ পাপী অ’ দাদা…
আপোনাক আমি ন‍্যায় দিব নোৱাৰো…

আপোনি নিজৰ ন‍্যায় নিজে লব পাৰিব নে দাদা… পাৰিব চাগে ন’…

ৰাজনীতি মেৰপাক বৰ অতভূত…
আমিচোন বুজি পায় বুজি নোপোৱা হৈ পৰিচো …
চতফতাই আছো…

আজি কোনো নাই…
আমাক কোনো নোহোনে ও…
এজনেই আছিল… আপোনি…
আপোনিও চোন ডাৱৰৰ সৈতে ওমলিব গুচি গ’ল…

Garrima Saikia Garg বৌ , Dr-Palmee Borthakur বা …
আপোনালোক আমাৰ সাহস… 🙏
আমাক ন‍্যায় লাগে…

miss u dada .garg

Ukhimath Temple, also known as Omkareshwar Temple, is a significant Hindu pilgrimage site located in the Rudraprayag dis...
14/08/2025

Ukhimath Temple, also known as Omkareshwar Temple, is a significant Hindu pilgrimage site located in the Rudraprayag district of Uttarakhand, India. It’s situated at an elevation of 1,311 meters and serves as the winter abode for the deities of Kedarnath and Madhyamaheshwar temples.

Omkareshwar Temple is dedicated to Lord Shiva and is one of the oldest temples in the country, with a history dating back to the Pandavas.

  🤍❤️❤️
31/05/2025

🤍❤️❤️

Address

Guwahati
INDIAN

Telephone

+918011955699

Website

Alerts

Be the first to know and let us send you an email when Nilumonee Gogoi Photography posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share

Category