03/03/2026
Wishing you a profoundly beautiful Holi!
May your heart be painted with the deepest joys, your newest dreams take root and beautifully bloom, and your most treasured moments be captured forever.
Wishing you a safe, happy, and vibrantly colorful Holi!
দৌলোৎসৱ আৰু ফাকুৱাৰ এই শুভক্ষণত সকলোলৈকে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ!
ফাকুৰ ৰঙে সকলোৰে মন অনাবিল আনন্দৰে ওপচাই তোলক, নতুন সপোনবোৰে কুঁহি মেলি ধুনীয়াকৈ ফুলি উঠক, আৰু সকলোৰে মৰমৰ মুহূৰ্তবোৰ চিৰদিনৰ বাবে হৃদয়ত সজীৱ হৈ ৰওক।
হাঁহি-আনন্দৰে ভৰা এটি ৰঙীন ফল্গুৎসৱৰ কামনা কৰিলোঁ!
আন্তৰিক শুভেচ্ছাৰে --
Origami School of Creative Arts
Origami Creations
Origami Greens