News Times

News Times Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from News Times, Ganeshguri, Guwahati.

NEWS TIMES is Assam's first dedicated media portal which brings you the latest updates from across

Contact For Promotion
Registered Web Based news & Media Website✅️

18/04/2026

বকলীয়াঘাটৰ মৃদুপথাৰত তিনিদিনীয়া কাৰ্যসূচীৰে বড়ো জনগোষ্ঠীৰ ৰংজালি বৈশাগু উৎসৱ উদযাপন।

ডিমা হাচাও জিলাৰ বাবে এক গৌৰৱৰ খবৰ। ডিমা হাচাও আৰক্ষীৰ অসাধাৰণ সেৱা, কৰ্তব্যনিষ্ঠা আৰু নিষ্ঠাৰ স্বীকৃতি স্বৰূপ আৰক্ষী কম...
18/04/2026

ডিমা হাচাও জিলাৰ বাবে এক গৌৰৱৰ খবৰ। ডিমা হাচাও আৰক্ষীৰ অসাধাৰণ সেৱা, কৰ্তব্যনিষ্ঠা আৰু নিষ্ঠাৰ স্বীকৃতি স্বৰূপ আৰক্ষী কমল হাজৰিকাক অসমৰ আৰক্ষী সঞ্চালক প্ৰধান (DGP)ৰ প্ৰশংসাপত্ৰৰে সন্মানিত কৰা হৈছে।

এই সন্মান কেৱল কমল হাজৰিকাৰ ব্যক্তিগত সাফল্য নহয়, ই সমগ্ৰ ডিমা হাচাও আৰক্ষী বিভাগৰ বাবে এক অনন্য গৌৰৱৰ মুহূৰ্ত। কঠিন পৰিস্থিতিতো দায়িত্ব পালনৰ মানসিকতা, জনসাধাৰণৰ সুৰক্ষাৰ বাবে অক্লান্ত পৰিশ্ৰম আৰু আৰক্ষী বাহিনীৰ মৰ্যাদা অটুট ৰাখিবলৈ তেখেতে আগবঢ়োৱা অৱদান বিশেষভাৱে প্ৰশংসনীয়।

কমল হাজৰিকাৰ এই কৃতিত্বই ডিমা হাচাও জিলাৰ যুৱ সমাজকো অনুপ্ৰাণিত কৰিব। নিষ্ঠা, সততা আৰু কঠোৰ পৰিশ্ৰমে যে সাফল্যৰ পথ মুকলি কৰে, তেখেতৰ এই সন্মানে তাক পুনৰ প্ৰমাণ কৰিলে।

ডিমা হাচাও আৰক্ষী বিভাগলৈ এই গৌৰৱ কঢ়িয়াই অনা কমল হাজৰিকালৈ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। আগন্তুক দিনতো তেখেতে এনেদৰে সমাজ আৰু ৰাজ্যৰ সেৱাত নিজকে উৎসৰ্গিত কৰি যাব বুলি আশাবাদী।

11/04/2026

ডিব্ৰুগড়ৰ গদাপাণিৰ লুৰিণজ্যোতি গগৈৰ অস্থায়ী বাসগৃহত উতপ্ত পৰিস্থিতি।কোটোহা ঘটনাক কেন্দ্ৰ কৰি ডিব্ৰুগড়ৰ আৰক্ষী এটা দলে গগৈৰ বাসগৃহত আৰক্ষী জাননী প্ৰদান নকৰাকৈ অনাধিকাৰ প্ৰৱেশ কৰা পিছতেই অসম জাতীয় পৰিষদৰ সমৰ্থকসকলে আৰক্ষীক ছত্ৰভংগ দিয়ে। ইয়াৰ পিছতেই এক উত্তপ্ত পৰিস্থিতি সৃষ্টি হয়।

News Times

09/04/2026

CEM তুলিৰাম ৰংহাঙৰ ভাবুকি

08/04/2026

নিৰ্বাচনৰ এদিন পূৰ্বে কংগ্ৰেছ প্ৰাৰ্থী মীৰা বৰঠাকুৰৰ চাঞ্চল্যকৰ ভিডিঅ' প্ৰকাশ। উত্তৰ প্ৰদেশৰ ভুৱা ভোটাৰে অসমত ভোট দিয়াৰ অভিযোগ উত্থাপন। ভিডিঅ' প্ৰকাশৰ পিছতেই হাতীগাঁও আৰক্ষীয়ে আটক কৰে যুৱকজনক।

07/04/2026

📌বিধান সভা নিৰ্বাচনলৈ মাজত মাথোঁ এটা দিন বাকী। কাৰ্বি পাহাৰত অব্যাহত আছে দল ত্যাগ আৰু যোগদানৰ জোৱাৰ ।
📌কাৰ্বি আংলং জিলাৰ বকলীয়াঘাট বিজেপি লাংফেৰ মণ্ডল কাৰ্যালয়ত সোমবাৰে নিশা বহু জ্যেষ্ঠ কংগ্ৰেছ নেতাৰ লগতে মুঠ ৪২টা পৰিয়ালে যোগদান কৰে বিজেপি দলত ।

06/04/2026

📌বিধান সভা নিৰ্বাচনকলৈ বকলীয়াঘাট আৰক্ষী আৰু CAPF জোৱানৰ সজাগতা সমদল ।
📌"নিৰ্ভয়েৰে আমি আগবাঢ়ি আহোঁ, অভিলেখ ভোটদানেৰে অসমৰ সুনাম গঢ়োঁ"এই মূলমন্ত্ৰৰে বকলীয়াঘাট আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া প্ৰতাপ চেনাৰৰ নেতৃত্বত প্ৰায় অৰ্ধ শতাধিক সংৰক্ষিত কেন্দ্ৰীয় সশস্ত্ৰ সুৰক্ষা বাহিনীৰ এটা দলে সোমবাৰে বকলীয়াঘাট নগৰৰ পৰা হাতীপোৰা গাঁৱলৈ এক বিশাল সমদল উলিয়ায়।

📚 Admissions Open for Class XI (2026–27)🎓 At Sing Kiri Sr. Secondary School, we believe in “Acta Non Verba – Deeds, Not ...
06/04/2026

📚 Admissions Open for Class XI (2026–27)
🎓 At Sing Kiri Sr. Secondary School, we believe in “Acta Non Verba – Deeds, Not Words.”
✨ Build your future with:
✔️ Result-Oriented Education
✔️ Experienced Faculty
✔️ Individual Attention
✔️ Hostel Facility Available
📖 Streams Offered: Arts | Science | Commerce
⏳ Limited Seats – Apply Now!
🌐 Apply Online: www.singkirischool.in⁠�
📍 Rong Karbi, DMCH Road, Diphu
📞 Call: 98549 69947 / 70021 41853

Admission Forms Available at the School Office 🕘 Mon – Sat | 9:00 AM – 2:00 PM

🚀 Don’t miss the opportunity to shape your career with excellence!

05/04/2026

A political controversy has emerged after leader made serious allegations against the wife of Assam Chief Minister Himanta Biswa Sarma. Khera claimed that she is having passports from three different countries.

05/04/2026

Leader of the Opposition, Rahul Gandhi, launched a sharp attack on Assam Chief Minister Himanta Biswa Sarma, alleging that he is “the most corrupt Chief Minister ever” in the state. The remarks came during a political address, intensifying the ongoing war of words between the ruling party and the opposition ahead of the elections.

विपक्ष के नेता Rahul Gandhi ने असम के मुख्यमंत्री Himanta Biswa Sarma पर तीखा हमला बोला। उन्होंने आरोप लगाया कि वह “असम के अब तक के सबसे भ्रष्ट मुख्यमंत्री” हैं। यह बयान एक राजनीतिक सभा के दौरान दिया गया, जिससे चुनाव से पहले सत्तारूढ़ दल और विपक्ष के बीच बयानबाजी और तेज हो गई है।

04/04/2026

📌ডিফু সমষ্টিত এজন “অতি আত্মবিশ্বাসী” প্ৰাৰ্থীৰ আগমন!
📌১১০ নং ডিফু বিধানসভা সমষ্টিত এইবাৰ দেখা গৈছে একেবাৰে বিশেষ ধৰণৰ ৰাজনৈতিক পৰিস্থিতি।

02/04/2026

Ahead of the 2026 Assam Assembly elections, Rahul Gandhi addressed a public rally in the Assembly constituency of Karbi Anglong. During his campaign, he emphasized the importance of safeguarding the rights of tribal communities under 244 of the Indian Constitution.
He assured the people that if his party comes to power, stronger measures would be taken to protect the provisions related to tribal administration and autonomy. Gandhi highlighted that Article 244 plays a crucial role in preserving the cultural identity, land rights, and self-governance of indigenous communities in the region.
The statement comes as part of his broader outreach strategy to tribal voters ahead of the upcoming state elections.

News Times

Address

Ganeshguri
Guwahati
781005

Alerts

Be the first to know and let us send you an email when News Times posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share