Moni Goswami Official

Moni Goswami Official Freezing moments in time and crafting cinematic narratives.

ইয়াৰ দ্বাৰা আপোনালোকক জনাবলৈ পাই সুখী হৈছো যে-অহা ৬ জুলাই ২০২৫ ৰ পৰা ১৩ জুলাই ২০২৫ তাৰিখলৈ এম জি প্ৰডাক্‌ চনৰ উদ্যোগত এখ...
20/06/2025

ইয়াৰ দ্বাৰা আপোনালোকক জনাবলৈ পাই সুখী হৈছো যে-

অহা ৬ জুলাই ২০২৫ ৰ পৰা ১৩ জুলাই ২০২৫ তাৰিখলৈ এম জি প্ৰডাক্‌ চনৰ উদ্যোগত এখনি বিশাল আঠদিনীয়া সাংস্কৃতিক কৰ্মশালাৰ আয়োজন কৰা হৈছে।

বিষয়বস্তু হৈছে - নৃত্য, লোক নাচ, নাট - অভিনয় আৰু ৰূপসজ্জা । এই কৰ্মশালাত মুখ্য প্ৰশিক্ষক হিচাপে উপস্থিত থাকিব - নৃত্যৰত্ন, নিত্যচাৰ্য্য, অসম গৌৰৱ, লোক নৃত্য সম্ৰাট উপাধিৰে বিভূষিত শান্তমনি শৰ্মা, পৰিচালক তথা কৰিঅ'গ্ৰাফাৰ মণি গোস্বামী, অভিনেতা ৰমেন তামুলী, লগতে অসমীয়া বোলছবি জগতৰ কেইবাগৰাকীও বিশেষ প্রশিক্ষক উপস্থিত থাকিব।প্রশিক্ষণৰ অন্তিম দিনা প্রশিক্ষার্থীৰ মাজত এখনি প্রতিযোগিতা অনুষ্ঠিত কৰি যোগ্যতাৰ মানপত্ৰ লগতে ট্রফী প্রদান কৰা হ'ব।

স্থান: চেন্ট মেৰিজ হাইস্কুল প্রাঙ্গণ, ছয়গাঁও (গৰু বজাৰ)

সময়: ৰাতিপুৱা ৮-০০ বজাৰ পৰা ১০-০০ বজালৈ

প্র-পত্র জমা লোৱাৰ অন্তিম তাৰিখ: ৩০ জুন, ২০২৫

প্র-পত্ৰৰ বাবে যোগাযোগ কৰক: জয় ষ্টোৰ, ছয়গাঁও (গৰু বজাৰ) / কিতাপ ঘৰ, ছয়গাঁও মহাবিদ্যালয়, ছয়গাঁও

যোগাযোগ নং: ৭০০২৬৩৫৬৪০/৮৪৭৩০৫৮৭৩৫/৬০০১৭৩৬৪৬৭

28/05/2025
09/03/2025

৫৩৭ তম গুৰু দামোদৰ দেৱৰ আবিৰ্ভাৱ তিথি উপলক্ষে সমগ্ৰ অসমবাসী ৰাইজক আন্তৰিক শুভেচ্ছা জনালোঁ ।

"নামলৈ বন্তি জ্বলোৱা।"
--- শ্ৰী শ্ৰী দামোদৰদেৱ

Address

Chhaygaon
Guwahati
781124

Website

Alerts

Be the first to know and let us send you an email when Moni Goswami Official posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share