30/01/2024
শ্ৰদ্ধাৰ,
বহুমুখী অনুষ্ঠানৰ সমূহ বিষয়ববীয়া সকল.....
এই অনুষ্ঠানটোৰ কিবা ভবিষ্যত আছেনে ? নে অন্য অনুষ্ঠানৰ নিচিনাকৈ এই অনুষ্ঠানৰো গতি বিৰল । আমাৰ শাখা 30/ 12/ 2022 ত বন্ধ কৰা হৈছিল, আপোনালোকৰ শাখা সমূহ কিমান তাৰিখে বন্ধ কৰিছিলে comment কৰি জনাব । লগতে জদি কোনোবাই অনুষ্ঠানটোৰ বিষয়ে কিবা তথ্য পাইছে তেনেহলে নিশ্চয় জনাব বুলি আশা ৰাখিলো।