Manilal Medak

Manilal  Medak Me Facebook se poisa kamana satau

16/12/2024
21/09/2024

মই অসম চৰকাৰৰ স্থিতি স্পষ্ট কৰি ৰাইজৰ জ্ঞাতাৰ্থে জনাওঁ যে, মিচিং স্বায়ত্তশাসিত পৰিষদৰ উপগ্ৰহ এলেকাত কোনো অনামিচিং গাঁও অন্তৰ্ভুক্ত নহয়। যদি কোনো গাঁৱত আংশিকভাৱে মিচিং লোকে বাস কৰিছে, তেন্তে মিচিং লোকে বাস কৰা অংশ বা চুবুৰীৰ লোকেহে মিচিং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনত ভোট দিব পাৰিব, সম্পূৰ্ণ গাঁও নহয়। মিচিং স্বায়ত্তশাসিত পৰিষদৰ উন্নয়ন আৰু কল্যাণমূলক কাৰ্যকলাপসমূহ মাত্ৰ মিচিং লোকে বাস কৰা অংশতেই সীমাবদ্ধ থাকিব। ৰাজ্য চৰকাৰৰ অধীনৰ অন্য পৰিষদসমূহৰ ক্ষেত্ৰতো একেই নীতি গ্ৰহণ কৰা হৈছে। আমি সংবিধানৰ গণ্ডীৰ ভিতৰত থাকি ৰাইজৰ সৰ্বাংগীণ বিকাশ তথা প্ৰগতি যাত্ৰাক আগুৱাই লৈ যাম।

একাংশ ন্যস্তস্বাৰ্থ জড়িত মহলে ৰাজনৈতিক মুনাফা লাভৰ বাবে সমাজত বিভ্ৰান্তিৰ সৃষ্টি কৰি ৰাইজক বিপথে পৰিচালিত কৰিব বিচাৰিছে, এই অপপ্ৰচাৰত ভোল নাযাবলৈ সদাশয় ৰাইজক বিনম্ৰ অনুৰোধ জনালোঁ।

Himanta Biswa Sarma

31/08/2024
31/08/2024
02/07/2024
23/06/2024

Address

Gogamukh Dhemaji
Gogamukh

Website

Alerts

Be the first to know and let us send you an email when Manilal Medak posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Manilal Medak:

Share

Category