Priya Patir

28/01/2025

Good evening everyone

Good evening everyone
21/01/2025

Good evening everyone

অতি দুখৰ খবৰ! অতি দুখৰ খবৰ! আমাৰ মৰমৰ শিল্পী গীতিকাৰ তথা সুৰকাৰ সকলোৰে পৰিচিত হিয়াৰ আমঠু লেখন কুম্বাংৰ দাদাৰ দুটা কিডনি...
18/01/2025

অতি দুখৰ খবৰ! অতি দুখৰ খবৰ!
আমাৰ মৰমৰ শিল্পী গীতিকাৰ তথা সুৰকাৰ সকলোৰে পৰিচিত হিয়াৰ আমঠু লেখন কুম্বাংৰ দাদাৰ দুটা কিডনি বিকল হোৱা খবৰে আমাক তথা অসমবাসীক লগতে মিচিং সমাজক যতেষ্ট দুখ দিছে। এতিয়া জানিব দিয়ামতে তেখেতক তামিলনাড়ু KMCH হসপিটালত ভৰ্তি কৰোৱা হ'ব বুলি জনাইছে। তাতে তকৈ দুখৰ বিষয়টো হৈছে এতিয়া নতুন কিডনি সংস্থাপন কৰিবলৈ বহুু লক্ষ্যাধিক টকাৰ প্ৰয়োজন। আৰ্থিক অসুবিধাৰ বাবে এতিয়া অপাৰেশ্যন আৰম্ভ কৰিব পৰা নাই বুলি জানিব পৰিছো। সেইয়ে এতিয়া অসমবাসী তথা মিচিং সমাজৰ পৰা সহায় বিচাৰিছে। আপোনালোকক হাত যোৰ কৰিছো, জোনে যেনেকৈ পাৰে এই তলত দিয়া নম্বৰত সহায়ৰ হাত আগবঢ়াবলৈ বিনম্ৰতাৰে অনুৰোধ জনাইছো।
Gpay No +91 87249 47571

সুপ্ৰভাত
18/01/2025

সুপ্ৰভাত

ভিটালী দাসৰ কন্যা আজি অকলশৰীয়া হৈ পৰিল কাৰণ আজি কমলিকা কাশ্যপৰ দেউতাক ভূপেন দাসৰ বিয়োগ ।তেখেত ডাইভিটিজ ৰোগত আক্ৰান্ত হ...
17/01/2025

ভিটালী দাসৰ কন্যা আজি অকলশৰীয়া হৈ পৰিল কাৰণ আজি কমলিকা কাশ্যপৰ দেউতাক ভূপেন দাসৰ বিয়োগ ।তেখেত ডাইভিটিজ ৰোগত আক্ৰান্ত হৈ আজি তেখেতে GMCH ত শেষ নিশ্বাস ত্যাগ কৰে.....।বৰ দুখজনক আত্মাৰ সদগতি কামনা কৰিলোঁ 🙏🙏🙏।

21/03/2024
21/03/2024

আমাৰ বিলমুখ পৰাগ জনপ্ৰিয় কন্ঠশিল্পী
Gaurav Mili আদৰণি অনাৰ কিছু ভাল লগা পৰিবেশ ।।

ৰাষ্ট্ৰীয় পৰ্যায়ত পুনৰ জিলিকিছে অসম সন্তান Tokjir.মুম্বাই মহানগৰীত Colors TV দ্বাৰা ৰাষ্ট্ৰীয় পৰ্যায়ত অনুষ্ঠিত হৈ থকা ৰি...
19/03/2024

ৰাষ্ট্ৰীয় পৰ্যায়ত পুনৰ জিলিকিছে অসম সন্তান Tokjir.
মুম্বাই মহানগৰীত Colors TV দ্বাৰা ৰাষ্ট্ৰীয় পৰ্যায়ত অনুষ্ঠিত হৈ থকা ৰিয়েলিটী শ্ব' Dance Deewane Season 4 ত অসম সন্তান কণমানি মৰম লগা ৭ বছৰীয়া Tokjir ৰে ভাগ লৈ মনমুগ্ধ নৃত্যৰে লাখ লাখ নৃত্যপ্ৰেমী মানুহৰ অন্তৰ জয় কৰিবলৈ সক্ষম হৈছে ৷ পৰৱৰ্তী ৰাউণ্ডলৈ উন্নীত কৰিবৰ বাবে আপোনাৰ মবাইলত Play Store গৈ Jio Cinema App download কৰি অহা ইং ২৩ মাৰ্চ শনিবাৰ নিশা ৯-৩০ বজাৰ পৰা ২৪ মাৰ্চ দেওবাৰ ৰাতিপূৱা ৯-৩০ বজালৈ Tokjir ক ভোট দিবলৈ বিনম্ৰ অনুৰোধ জনালো ৷

27/01/2024

75th Ripablc diya

Address

Gogamukh Misson Baligaw
Gogamukh
GAGOMUKH

Website

Alerts

Be the first to know and let us send you an email when Priya Patir posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Priya Patir:

Share

Category