Arindam Gogoi সমন্বয় যাত্ৰা

Arindam Gogoi  সমন্বয় যাত্ৰা Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Arindam Gogoi সমন্বয় যাত্ৰা, KV Road, Duliajan.

05/04/2026

✅ কাঠফুলাৰ খেতিৰে স্বাৱলম্বনৰ বাট মুকলি দুলীয়াজানৰ দুলীয়াগাওঁৰ বনলতা গগৈ
✅ কাঠফুলাৰ খেতিৰে বছৰি লক্ষাধিক টকাৰ উপাৰ্জন কৰে উদ‍্যমী মহিলাগৰাকীয়ে

20/03/2026

✅ কম মাটিত কেপচিকামৰ খেতি কৰি অধিক লাভৱান হৈছে কৃষক
✅ পলি হাউচ পদ্ধতিত কেপচিকামৰ খেতি কৰি লাভাম্বিত দুলীয়াজানৰ প্ৰগতিশীল কৃষক প্ৰবীণ খাখলাৰী

12/03/2026

✅ সম্পূৰ্ণ হৈ উঠিছে দুলীয়াজানৰ মাধপুৰত নিৰ্মাণ হৈ থকা প্ৰথম খন উৰণ সেতু
✅ অচিৰেই ৰাজ‍্যৰ মুখ‍্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই দুলীয়াজান বাসীক উপহাৰ দিব উৰণ সেতু খন
✅ দীৰ্ঘদিনীয়া যান যতৰ পৰা পৰিত্ৰাণ পাব যাত্ৰী সকলে

08/03/2026

✅ অসমৰ পথাৰতো কৃষকে কৰিছে ঘেঁহুৰ খেতি
✅ অসমৰ কৃষিখণ্ডত পৰিৱৰ্তনৰ সূচনা আনিবলৈ সক্ষম হৈছে প্ৰগতিশীল কৃষকে
✅ দুলীয়াজানৰ পথাৰত এতিয়া পকিবলৈ লৈছে ঘেঁহু

01/03/2026

✅ উন্নত জাতৰ ছাগলী পালনৰ জড়িয়তে দুলীয়াজানৰ এগৰাকী মহিলাই বছৰি উপাৰ্জন কৰে কেইবা লক্ষাধিক টকা
✅ তিনিজনী ছাগলীৰে আৰম্ভ কৰা পামখনত এতিয়া আছে ষাঠী জনীতকৈও অধিক ছাগলী

যদি লক্ষ‍্য সঠিক হয় তেন্তে যাত্ৰাৰ গতি ধীৰ হ’লেও গন্ত‍ব‍্যত উপনীত হ’বই
28/02/2026

যদি লক্ষ‍্য সঠিক হয় তেন্তে যাত্ৰাৰ গতি ধীৰ হ’লেও গন্ত‍ব‍্যত উপনীত হ’বই

22/02/2026

✅ আপোনাক বাৰু কি লাগিব ! কেৰ’টিনা নে ভেলেণ্টিনা ?
✅ দুলীয়াজানৰ কছাৰীপথাৰ অঞ্চলৰ আৰ্দশ কৃষক প্ৰবীণ খাকলাৰীৰ কৃষি কৰ্মক যদি আপুনি ,মই উৎসাহিত নকৰো তেনেহলে কৰিব কোনে ?

19/02/2026

✅ OIL ইণ্ডিয়াই CSR ৰ অধীনত প্ৰতি বছৰে যুটীয়া দায়বদ্ধ গোট সমূহলৈ আগবঢ়োৱা সাহাৰ্য‍্য বাৰু আপুনি লাভ কৰিছেনে ?
✅ বৃহস্পতিবাৰে দুলীয়াজানৰ টিপলিংস্থিত SIPRD Complex ত অইলে ২০২৬-২৭ বিত্তীয় বৰ্ষত CSR অধীনত প্ৰকল্প “ৰূপান্তৰ” জড়িয়তে উজনি অসমৰ OIL অধ‍্যুষিত অঞ্চলৰ ১২৭৯ টা পৰিয়াল সামৰি লৈ ২৮৮ টা যুটীয়া দায়বদ্ধ গোটলৈ সাহায‍্য প্ৰদান কৰে

থলুৱা খাদ‍্য সম্ভাৰৰ জুতিৰেহোটেল তৃপ্তিঅইল মাৰ্কেট , দুলীয়াজান
18/02/2026

থলুৱা খাদ‍্য সম্ভাৰৰ জুতিৰে
হোটেল তৃপ্তি
অইল মাৰ্কেট , দুলীয়াজান

14/02/2026

✅ দুলীয়াজানত কেপ্টেইন জিণ্টু গগৈ বীৰ চক্ৰ সোঁৱৰণী ফুটবল টেৰ্ণামেণ্টৰ সফল সামৰণি
✅ দেশমাতৃৰ হকে আত্মবলিদান দিয়া বীৰ শ্বহীদ কেপ্টেইন জিণ্টু গগৈৰ পিতৃয়ে ব‍্যক্ত কৰিলে মনৰ অনুভৱ

09/02/2026

✅ দুলীয়াজানৰ EVAAN CINEMAS HALL ত ১০ ফেব্ৰুৱাৰী পৰা প্ৰদৰ্শিত হ’ব জুবিন গাৰ্গৰ অন্তিম ছবি “ৰৈ ৰৈ বিনালে”

06/02/2026

✅ দুলীয়াজানৰ টিপলিঙত আজিৰে পৰা মুকলি হ’ল EVAAN Cinema Hall
✅ এতিয়াৰে পৰা দুলীয়াজানতে ছবি উপভোগ কৰিব পাৰিব অঞ্চলবাসীয়ে

Address

KV Road
Duliajan
786602

Telephone

9435688604

Website

Alerts

Be the first to know and let us send you an email when Arindam Gogoi সমন্বয় যাত্ৰা posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Arindam Gogoi সমন্বয় যাত্ৰা:

Share