BIJU BHAI

BIJU BHAI I'm Bindass boy

আজি ভাৰতীয় জনতা পাৰ্টি ধেমাজি জিলা মূখ্য কাৰ্যালয়ত সমাগত লখিমপুৰ লোকসভা সমষ্টিৰ নিৰ্বাচন সমিতিৰ এখনি গুৰুত্বপূৰ্ণ বৈঠক...
21/03/2024

আজি ভাৰতীয় জনতা পাৰ্টি ধেমাজি জিলা মূখ্য কাৰ্যালয়ত সমাগত লখিমপুৰ লোকসভা সমষ্টিৰ নিৰ্বাচন সমিতিৰ এখনি গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়।
বৈঠকত মাননীয় সাংসদ শ্ৰীযুত প্ৰদান বৰুৱা ডাঙৰীয়া, মাননীয় মন্ত্ৰী ডাঃ ৰণোজ পেগু ডাঙৰীয়া, মাননীয় সাংসদ তথা অসম প্ৰদেশৰ লোকসভা নিৰ্বাচন প্ৰবন্ধন সমিতিৰ আহ্বায়ক শ্ৰীযুত প্ৰবিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়া, লখিমপুৰ বিধানসভাৰ বিধায়ক শ্ৰীযুত মানৱ ডেকা ডাঙৰীয়া, ধেমাজি জিলা সমিতিৰ সন্মানীয়া সভানেত্ৰী শ্ৰীযুতা ৰুপা কামান ডাঙৰীয়ানী, লখিমপুৰ লোকসভা সমষ্টিৰ নিৰ্বাচনী সমিতিৰ আহ্বায়ক শ্ৰীযুত জগদ্বীচ গুপ্তা ডাঙৰীয়া,সহিতে নিৰ্বাচনত দায়িত্ব প্ৰাপ্ত সন্মানীয় বিষয়ববীয়া সকল উপস্থিত থাকে।।
Himanta Biswa Sarma Pradan Baruah Ranoj Pegu Manab Deka Pabitra Margherita Bhabesh kalita ভৱেশ কলিতা
BJP Assam Pradesh

21/03/2024
বিৰোধীয়ে খেল আৰম্ভ হোৱাৰ আগতেই খেলপথাৰ এৰিলে...Pradan baruah jindabad....
21/03/2024

বিৰোধীয়ে খেল আৰম্ভ হোৱাৰ আগতেই খেলপথাৰ এৰিলে...Pradan baruah jindabad....

19/03/2024

300 only মেখেলা চাদৰ

08/08/2022

Plc follow me🙋

Address

Dhemaji

Alerts

Be the first to know and let us send you an email when BIJU BHAI posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to BIJU BHAI:

Share

Category