Sparsh স্পৰ্শ

Sparsh স্পৰ্শ ইজনে সিজনক সহায়ৰ হাত আগবঢ়াই এখন সুন্দৰ আৰু আপোন সমাজ গঢ়ি তোলাৰ এক প্ৰয়াস

14/02/2026

কাৰোবাৰ বাবে আজি প্ৰেমৰ উৎসৱ,
কিন্তু আমাৰ বাবে আজি ত্যাগৰ দিন।
এহাতে যদি আছে গোলাপৰ পাহিবোৰ,
আনহাতে আছে সেই অমৰ শ্বহীদৰ তেজেৰে ৰাঙলী ইতিহাস। 🌹💔

​প্ৰেমৰ এই দিনটোত সেইসকল বীৰ জোৱানলৈ শ্ৰদ্ধাঞ্জলি জনালোঁ, যিয়ে আমাৰ সুৰক্ষাৰ বাবে নিজৰ জীৱন উৎসৰ্গা কৰিছিল। আমি পাহৰি যোৱা নাই, আমি কেতিয়াও নাপাহৰোঁ। 🇮🇳

08/01/2026

শব্দবোৰ মাজে মাজে মৌন হৈ পৰে,
কিন্তু এই স্মৃতিবোৰে কথা কয়
মুহূৰ্তবোৰ 'ফ্ৰীজ' কৰি ৰাখিব বিচাৰোঁ,
যাতে আমাৰ হাঁহিবোৰ সদায় সজীৱ হৈ ৰয়।

Moment Freezer's

Address

Dhemaji
Dhemaji
787058

Telephone

+916003291951

Website

Alerts

Be the first to know and let us send you an email when Sparsh স্পৰ্শ posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share