12/06/2026
👉দেৰগাঁৱৰ এখন চিৰ পৰিচিত মাছৰ প্ৰতিষ্ঠান মা ফিছ চেণ্টাৰ।
দেৰগাঁৱৰ দুই ভাই-ককাই প্ৰচেষ্টাত গঢ় লৈ উঠিছে এই মাছৰ প্ৰতিষ্ঠানটো ।
মা ফিছ চেণ্টাৰৰ স্বতাধিকাৰ বুমনি দাস আৰু জিন্টু দাসে বিগত ১৬ বছৰৰ পৰা এই মৎস ব্যৱসায়ৰ লগত জড়িত।
দেৰগাঁৱৰ এই দুই ভাই-ককাই যুগলবন্দীত তেওঁলোকৰ মাছ দেৰগাঁও লগতে বিভিন্ন প্ৰান্তত যোগান ধৰিছে । দেৰগাঁওৰ দাতি-কাষৰীয়া অঞ্চলবিলাকৰ বিয়া সকাম আদিৰ অনুষ্ঠানত এই মা ফিছ চেণ্টাৰ পৰা মাছ নিয়া পৰিলক্ষিত হয় । তেওঁলোকৰ মাছ ভাণ্ডাৰত সকলো প্ৰকাৰৰ মাছ পোৱা যায় আৰু অৰ্ডাৰ মতে মাছৰ যোগান ধৰা হয় । তেওঁলোকৰ যোগাযোগ নম্বৰ:- 88129 31915
উচিত মুল্যত ভাল মাছ যোগান ধৰাই এই দুই ভাই-ককাই মুল উদ্দেশ্য।