20/10/2024
নাৰী সুৰক্ষিত হ'লেহে মা দুর্গা সন্তোষ্ট হ'ব। ভাৰতবৰ্ষৰ দৰে গনতান্ত্রিক দেশত নাৰীৰ কোনো নিৰাপত্তা নাই। যদি সদায় নাৰী এনেদৰে নির্যাতিত হৈ থাকে, তেন্তে কোটি কোটি টকা খৰচ কৰি মাটিৰে নির্মিত মা দুর্গাক আৰাধনা কৰাটো সম্পূর্ণ মূল্যহীন হৈ ৰ'ব। ✍️ Anima Mahato