Bhuban's photography

Bhuban's photography My Name Bhuban Sutradhar. Photography is my Passions. Wildlife,Natural,Wedding, Bird, Fashion and any event photography
& etc.

নীৰৱতাৰ মাজত লুকাই থাকে বহু কথা, যাক ক'বলৈ ভাষাও কেতিয়াবা নিস্তব্ধ হৈ যায়। মনৰ ভিতৰত জমা হোৱা বেদনাবোৰ, অজানিতে আত্মাৰ গ...
15/06/2026

নীৰৱতাৰ মাজত লুকাই থাকে বহু কথা, যাক ক'বলৈ ভাষাও কেতিয়াবা নিস্তব্ধ হৈ যায়। মনৰ ভিতৰত জমা হোৱা বেদনাবোৰ, অজানিতে আত্মাৰ গভীৰলৈ সোমাই যায়।

দিনত হাঁহি, ৰাতি কান্দোন-এইটোয়ে হয়তো জীৱনৰ ৰং l

নিজকে তুমি বিচৰামতে প্রস্তুত কৰি পেলাইছোঁ, কলিজাত এখন স্বপ্নৰাজ্য গঢ়িওঁঠত নীৰৱতাৰ কেইটামান কবিতা, দুচকুত একাজলি ৰ'দ আৰু ...
23/05/2026

নিজকে তুমি বিচৰামতে প্রস্তুত কৰি পেলাইছোঁ, কলিজাত এখন স্বপ্নৰাজ্য গঢ়ি

ওঁঠত নীৰৱতাৰ কেইটামান কবিতা, দুচকুত একাজলি ৰ'দ আৰু উশাহত এমুঠি বতাহ লৈ আহি আছোঁ তোমাৰ বাবে l

আহিলে শাওণ হৈ আহিবা, বুকুৰ উপত্যকাৰ জুৰি কৃষ্ণচূড়া, ৰাধাচূড়া, সোণাৰু অথবা এআকাশ সেউজীয়া সুৰভিৰে ওপচাই থৈ যাবাহি হৃদয়ৰ নি...
01/05/2026

আহিলে শাওণ হৈ আহিবা, বুকুৰ উপত্যকাৰ জুৰি কৃষ্ণচূড়া, ৰাধাচূড়া, সোণাৰু অথবা এআকাশ সেউজীয়া সুৰভিৰে ওপচাই থৈ যাবাহি হৃদয়ৰ নিৰন্তৰ পৰিসীমাত l
🩵🩵..

.
♥️

23/04/2026

তাইক লগ পোৱাৰ আশাৰে ❤️❤️
❤️💫



জীৱনৰ জখলা বগাৱ নাজানিলোঁ, সকলোৱে যেন আগুৱাই গ'ল, মই হে থমকি ৰলো, পোৱা নোপোৱাৰ হিচাপে বহু কৰিলে হতাশ মোৰ জীৱনক, আৰু নকৰো...
01/04/2026

জীৱনৰ জখলা বগাৱ নাজানিলোঁ, সকলোৱে যেন আগুৱাই গ'ল, মই হে থমকি ৰলো, পোৱা নোপোৱাৰ হিচাপে বহু কৰিলে হতাশ মোৰ জীৱনক, আৰু নকৰোঁ হিচাপ, পোৱাখিনি কম নহয় মোৰ, আছে মোকো ভালপোৱা মানুহ মা দেউতা সেয়ে বহুত।

🤗🤗

Happy birthday Babu BhaigaRaj.         Jishnu Das Jishnu Das
22/03/2026

Happy birthday Babu BhaigaRaj.

Jishnu Das Jishnu Das

04/03/2026

জানা তুমি নহ'লে এই চহৰত নুফুলে বোগেনভিলিয়া

এইবাৰৰ ফাগুন বহুত বেছি ব্যতিক্রম শূন্যতাত ওলমি থকা নিতাল দুপৰীয়াবোৰৰ পৰিৱৰ্তে অনুৰাগী পচোৱা এজাকৰ পৰশত জীপাল হোৱা হৃদয়ৰ ...
21/02/2026

এইবাৰৰ ফাগুন বহুত বেছি ব্যতিক্রম শূন্যতাত ওলমি থকা নিতাল দুপৰীয়াবোৰৰ পৰিৱৰ্তে অনুৰাগী পচোৱা এজাকৰ পৰশত জীপাল হোৱা হৃদয়ৰ বাবে শ্রেষ্ঠতম উপহাৰ এটি দি গ'ল,
হে বসন্ত, হে শৰত, হে শাওণ অভিনন্দন জনোৱা মোক ফাগুনে এইবাৰ মোক, তেওঁক দি গ'ল।

Laj nedibi kahoy caption poriya. 🤭🤭

Tuloni bride//......  Vonti...Harsh*ta............. ✨.. ..  ..  ..   ..
17/02/2026

Tuloni bride//...... Vonti...Harsh*ta.............
✨.. ..
..
..
..

Address

Bongaigaon

Telephone

+19706387421

Website

Alerts

Be the first to know and let us send you an email when Bhuban's photography posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Bhuban's photography:

Share

Category