লোকেল MLA

লোকেল MLA 27 নং ছমৰীয়া সমষ্টি
আহিছে যদি Follow কৰিব প্লিজ🙏🙏
political updates

কাক বিচাৰে
20/01/2026

কাক বিচাৰে

20/01/2026

27 নং চমৰীয়া সমষ্টিত কাৰ জনপ্ৰিয়তা বেছি
1. শাজাহান আলী 2. আমান অদুদ 3. ৰেকিব উদ্দিন আহমেদ 4. অন্য
কমেণ্ট যোগে জনাব

আপোনালোকৰ মতামত বিছাৰিলো
18/06/2025

আপোনালোকৰ মতামত বিছাৰিলো

30/10/2023

নন্দিতা দাস ডাঙৰীয়ানী আমাৰ গাঁও / অঞ্চলৰ কাৰণে কিমান খিনি উন্নয়ম মূলক কাম কৰিলে অলপ কব নেকি ?

29/10/2023

আমাৰ গাঁওৰ / অঞ্চলৰ যিবোৰ সমস্যা লোকেন নেতাই বুজিব নে চালানি নেতাই বুজিব

28/10/2023

আমাৰ গাঁওৰ /অঞ্চলৰ সমস্যা বোৰ কোনে ভালকৈ বুজিব লোকেল নেতাই নেকি চালানী নেতাই follow 👉লোকেল MLA🙏

27/10/2023

ছমৰীয়া সমষ্টি ৰাইজ
MLA হিচাপে আপোনালোকে কাক বিচাৰে
1, শাহজাহান আলী 2, ৰেকিব উদ্দীন 3, অন্য

26/10/2023

27 নং ছমৰীয়া সমষ্টি বাসী আপোনালোকে MLA হিচাপে চালানি নে লোকেল বিচাৰে জনাব প্লিজ

26/10/2023

লোকেল বস্তু আৰু চালানি বস্তু বহুত পাৰ্থক্য গতিকে লোকেল বস্তু গ্ৰহণ কৰক চালানি বৰ্জন কৰক

30/03/2023

Address

Mahtoli
Boko

Website

Alerts

Be the first to know and let us send you an email when লোকেল MLA posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share

Category