Gaptola Live

Gaptola Live Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Gaptola Live, Boko.

23/08/2026

1 নম্বৰ উত্তর ৰাঙ্গাপানী জনাব আলীৰ ঘৰত জুই লাগি সকলো বস্তু পুৰী শেষ হইছে

22/08/2026

ৰাঙ্গাপানীৰ পথ কেতিয়া হ'ব মেৰামতি # #

14/08/2026

Happy Independence day proud to be Indian 15 Agust year 2026

22/07/2026

আদৰ্শ শিশু নিকেতনত অধ্যয়ন কৰা প্ৰাক্তন ছাত্ৰ ২০২৬ ৰ সদ্য ঘোষিত Neet পৰীক্ষাত উত্তীৰ্ণ হৈ পুনৰ উজলিল ৰেজাউল হক

14/07/2026

শ্বাহাদত বাউলৰ গান #

সোণতলী পাৰ ঘাট আৰু নগৰবেৰাৰ পাৰ ঘাটৰ দলং নিৰ্মাণ কৰিব লাগে
06/07/2026

সোণতলী পাৰ ঘাট আৰু নগৰবেৰাৰ পাৰ ঘাটৰ দলং নিৰ্মাণ কৰিব লাগে

03/07/2026

*নৱ গঠিত ছমৰীয়া বিধান সভা সমষ্টিৰ একাধিক উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন।*

07/06/2026

সমাজসেৱক তাজিম উদ্দিন আহমেদৰ আজি অন্তিম যাত্ৰা। ছমৰীয়াপাম ঈদগাহ ময়দানত দহ সহশ্ৰাধিক ৰাইজৰ উপস্থিতিত তাজিম উদ্দিন আহমেদৰ জানাজা নামাজ সম্পন্ন কৰা হয়।

সোণতলী চৌধুৰীপাম গাওঁ পঞ্চায়তৰ প্ৰাক্তন সভাপতি তথা নিষ্ঠাবান সমাজ সেৱক সন্মানীয় তাজিম উদ্দিন আৰু আমাৰ মাজত নাই।
06/06/2026

সোণতলী চৌধুৰীপাম গাওঁ পঞ্চায়তৰ প্ৰাক্তন সভাপতি তথা নিষ্ঠাবান সমাজ সেৱক সন্মানীয় তাজিম উদ্দিন আৰু আমাৰ মাজত নাই।

24/05/2026

সোণতলী মথাউৰিৰে যাওতে সাৱধান। ভয়ংকৰ বিপদৰ সন্মুখীন হ'ব পাৰে আপুনি। গুমি নগৰবেৰাৰ ই এন ডি মথাউৰি এ ধৰণ কৰিছে ভয়ংকৰ ৰূপ।

Address

Boko

Website

Alerts

Be the first to know and let us send you an email when Gaptola Live posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share