Seva Photography award

Seva Photography award photography

Photography is the art, application, and practice of creating durable images by recording light, either electronically by means of an image sensor, or chemically by means of a light-sensitive material such as photographic film.

10/01/2025
Say something
22/12/2024

Say something

জিন্স পিন্ধা জীয়ৰী-বোৱাৰী তেওঁলোকৰ মাজতো আছে, বাইক ষ্টাণ্ট কৰা ল’ৰা তেওঁলোকৰ মাজতো আছে, বিসৰ্জনৰ দিনা ডি জে বজাই ন...

জিন্স পিন্ধা জীয়ৰী-বোৱাৰী তেওঁলোকৰ মাজতো আছে, বাইক ষ্টাণ্ট কৰা ল'ৰা তেওঁলোকৰ মাজতো আছে, বিসৰ্জনৰ দিনা ডি জে বজাই নচা ডেক...
11/10/2024

জিন্স পিন্ধা জীয়ৰী-বোৱাৰী তেওঁলোকৰ মাজতো আছে, বাইক ষ্টাণ্ট কৰা ল'ৰা তেওঁলোকৰ মাজতো আছে, বিসৰ্জনৰ দিনা ডি জে বজাই নচা ডেকা-গাভৰু তেওঁলোকৰ মাজতো আছে, মদ খোৱা মানুহো তেওঁলোকৰ মাজত আছে কিন্তু দুৰ্গা পূজাৰ সময়ত শালীনতা , পৰিপাটী, শৃঙ্খলা, আধ্যাত্মিকতা, একতা, নিয়মাৱলী সকলো মানি পূজা সম্পন্ন কৰি দিনবোৰ পাৰ কৰা বঙালী জাতিৰ পৰা আমি শিকিবলগীয়া বহুত আছে বুলি ভাবোঁ। দুৰ্গা পূজাক তেওঁলোকে কোনোপধ্যেই ইমান সহজে অবমাননা নকৰে যিমান আমি আমাৰ বিহুক নগণ্যভাবে পৰিবেশন কৰিবলৈ অলপো কুণ্ঠা বোধ নকৰোঁ । কোনোবাই স্বীকৃতি দিয়ে নিদিয়ে পিছৰ কথা সেই বুলি কোনোবা চহৰত বা ৰাজ্যত একেলগে এক-দুই লাখ দুৰ্গা পূজা পালন কৰি গ্ৰীণিজ ৰেকৰ্ড কৰাৰ মানসিকতাও তেওঁলোকৰ নাই। তেওঁলোকৰ অপাৰ ভক্তিয়েই আপোনাআপুনি দুৰ্গা পূজাক বিশ্বত বিয়পাই লৈ গৈছে। বাকী আহিল প্ৰতিমা বা মণ্ডপৰ মাজত প্ৰতিযোগিতা। সেই প্ৰতিযোগিতা পাতিবলৈ তেওঁলোকে কোনো কমিটী গঠন কৰিও দিয়া নাই। সেইবোৰ চেনেলবোৰৰ হে কাম। দৰ্শনাৰ্থীক আকৰ্ষণ কৰিবলৈ কিছু জাকজমকতা কৰাটো স্বাভাৱিক।

জিন্স পিন্ধা জীয়ৰী-বোৱাৰী তেওঁলোকৰ মাজতো আছে, বাইক ষ্টাণ্ট কৰা ল’ৰা তেওঁলোকৰ মাজতো আছে, বিসৰ্জনৰ দিনা ডি জে বজাই ন...

Address

Biswanath Chariali
784176

Alerts

Be the first to know and let us send you an email when Seva Photography award posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Seva Photography award:

Share

Category