Rokibul Islam Ahmed

Rokibul Islam Ahmed social activist... together we can make the world beautiful n better..

এখন ফটোত হিন্দু ভাইসকলে মানৱ শৃংখলা বনাই বিহাৰৰ মছজিদ এখন ৰক্ষাৰ চেষ্টাত । আজিৰ ফটো এইখন ।আন এটাত কেইদিনমান আগত হিন্দু দ...
15/04/2022

এখন ফটোত হিন্দু ভাইসকলে মানৱ শৃংখলা বনাই বিহাৰৰ মছজিদ এখন ৰক্ষাৰ চেষ্টাত । আজিৰ ফটো এইখন ।

আন এটাত কেইদিনমান আগত হিন্দু দুস্কৃতিকাৰীয়ে মছজিদত বলপূৰ্বক নিচান উৰুৱাৰ ফটো ।

আমি এটাও নিবিচাৰোঁ । আক্ৰমণেই বা কিয় কৰিব আৰু ৰক্ষাই বা কিয় কৰিব লাগে । সকলোৱে নিজৰ ধৰ্ম পালন আৰু ৰক্ষা কৰক 🙏

Address

Bilasipara

Telephone

+918437054696

Website

Alerts

Be the first to know and let us send you an email when Rokibul Islam Ahmed posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share