বাঘবৰ এক্সপ্ৰেছ

বাঘবৰ এক্সপ্ৰেছ সদায় নতুন কথাৰ সৈতে আপোনালোককৰ মাজতল?

Big Congratulations Abdur Rahim Ahmed dada
04/05/2026

Big Congratulations Abdur Rahim Ahmed dada

04/05/2026



Abdur Rahim Ahmed Zindabad

04/05/2026

আমাৰ চেঙা সমষ্টিত কংগ্ৰেছ দলৰ মনোনীত প্ৰাৰ্থী Abdur Rahim Ahmed ডাঙৰীয়াই 86 হাজাৰ ভোটত জয়লাভ কৰি এক অভিলেখ সৃষ্টি কৰিছে ।।

28/04/2026

2020 চনত লকডাউনৰ সময়ত সত্যৰঞ্জন বৰাক উদ্দেশ্য কৰি এই ভিডিঅ খন বনাইছিলোঁ ।।
#নিউজ

28/04/2026
25/04/2026

2020 চনত যেতিয়া সমগ্ৰ দেশত লকডাউন চলি আছিল সেই সময়ত কোনো কাম নথকাৰ বাবে দুই চাৰিটা ভিডিঅ বজাইছিলোঁ আজি ফেচবুকত খুচৰি থাকোতে হঠাত সেই পুৰণি ভিডিঅ পালো সেইয়ে আকৌ নতুনকৈ আপলোড কৰিলোঁ। এইটো আছিল প্ৰথম মানে চেষ্টা আৰম্ভ কৰিছিলো হে । আপোনালোকৰ সমৰ্থন পালে নতুন ৰূপত নতুন ভিডিঅ বনাম বন্ধু সকলক অলপ সমৰ্থন জনাব বুলি আশা কৰিলোঁ ।।

১০ বছৰ আগৰ এই ছবিবোৰত  অসমত তেতিয়া কংগ্ৰেছ দলৰ চৰকাৰ আৰু এই সকল BJP নেতাৰ আন্দোলনৰ দৃশ্যবোৰ কোনোবা  #নিউজ চেনেলৰ হাতত না...
25/04/2026

১০ বছৰ আগৰ এই ছবিবোৰত অসমত তেতিয়া কংগ্ৰেছ দলৰ চৰকাৰ আৰু এই সকল BJP নেতাৰ আন্দোলনৰ দৃশ্যবোৰ কোনোবা #নিউজ চেনেলৰ হাতত নাই নেকি ? এইবোৰ দেখাই সেই সময়ত কোন বস্তুৰ কিমান দাম আছিল আৰু বৰ্তমান সময়ত এই সকলৰ চৰকাৰ চলি থকাৰ সময়ত কোন বস্তুৰ কিমান মূল্য বৃদ্ধি হলে এই কথা এবাৰ সুধি এখন বাতৰি প্ৰকাশ কৰিব পৰা কোনোবা সাংবাদিক নাই নে অসমত ।

লাগিলে যোগাযোগ কৰিব মোবাইল ফোন নং 060000 41209 /8402868350
23/06/2025

লাগিলে যোগাযোগ কৰিব মোবাইল ফোন নং 060000 41209 /8402868350

২৩ নং চেঙা বিধান সভা সমষ্টিৰ অন্তৰ্গত পালহাজীৰ উদিয়মান যুৱক Sofi Jamal Hussain ডাঙৰীয়াই  ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ নৱ ...
04/06/2025

২৩ নং চেঙা বিধান সভা সমষ্টিৰ অন্তৰ্গত পালহাজীৰ উদিয়মান যুৱক Sofi Jamal Hussain ডাঙৰীয়াই ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ নৱ নিযুক্ত সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াক সৌজন্যমূলক সাখ্যাত কৰি অসমীয়াৰ স্বাভিমান ফুলামগামোচা আৰু ফুলৰ থোপাৰে সম্বৰ্ধনা কৰে ।।

Address

Barpeta Road
Barpeta Road

Telephone

+916000041209

Website

Alerts

Be the first to know and let us send you an email when বাঘবৰ এক্সপ্ৰেছ posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to বাঘবৰ এক্সপ্ৰেছ:

Share