15/10/2024
🔴 দুৰ্গাপূজা উপলক্ষে প্ৰাইজমানি ফটো প্ৰতিযোগিতা🔴
➡️ক্ৰমিক নং:- 124
➡️ নাম:- Mahmudul Hasen
➡️ঠিকনা :- Dhekiajuli
আটাইলৈ শাৰদীয় দুৰ্গোৎসৱৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ।
💌 মনোৰঞ্জন তথা লুকাই থকা প্ৰতিভা সমূহ সমাজৰ মাজত দৃষ্টিগোচৰ কৰিবলৈ তলত দিয়া Link👇 https://www.facebook.com/share/6jPw9KLsmkCZztm3/ তথা (Assam Ne News) নামৰ Facebook পেজৰ দ্বাৰা নানান ধৰণৰ প্ৰাইজমানি প্ৰতিযোগিতা আপোনালোকলৈ আগবঢ়াম। 🥰 আমাৰ লগত থাকি প্ৰতিযোগিতা সমূহত ভাগ লবলৈ আমাৰ পেজ টো FOLLOW কৰি ৰাখক।
🙏ধন্যবাদ।।🙏
🔴 ফটো প্ৰতিযোগিতাৰ নিয়মাৱলী সমূহ👇
📌 ফটো সমূহ নিজৰ হব লাগিব।
📌প্ৰতিযোগী সকলে (Assam Ne News) নামৰ ফেজবুক পেজ টো Follow কৰাটো বাধ্যতামূলক।
📌 প্ৰতিযোগিতাত লৰা আৰু ছোৱালী সকলোৱে অংশগ্ৰহণ কৰিব পাৰিব। (বয়সৰ কোনো সীমা নাই)
📌 প্ৰতিযোগী সকলৰ ফটো সমূহ Assam Ne News নামৰ পেজত উপলব্ধ হব।
📌 প্ৰতিযোগী সকলে বিজয়ী হবলৈ তলত উল্লেখ কৰা POINT তালিকাৰ পৰা POINT অৰ্জন কৰিব লাগিব।👇
👉(1 like = 1 Point)
👉(1 Comment = 2 Point) এজনৰ পৰা এটা Comment হে গণনা কৰা হব।
👉(1 Share = 5 Point)
📌কেৱল মূল পোষ্ট অৰ্থাৎ Assam NE News নামৰ পেজৰ লাইক-কমেন্ট হে গণনা কৰা হ'ব।
📌 Selfie 🤳 ফটো গ্ৰহণ কৰা নহব।
📌 Point তালিকাৰ শীৰ্ষত থকা তিনি গৰাকী প্ৰতিযোগীক পুৰস্কৃত কৰা হ'ব ।
🥇প্ৰথম বিজয়ী = 3000 টকা আৰু এখন কিতাপ
🥈দ্বিতীয় বিজয়ী= 2000 টকা আৰু এখন কিতাপ
🥉তৃতীয় বিজয়ী = 1000 টকা আৰু এখন কিতাপ
➡️ বিজয়ী প্ৰতিযোগী সকলক (Online/Offline) বা ডাকৰ জৰিয়তে পুৰস্কৃত কৰা হব।
📌 প্ৰতিযোগী সকলে তেওঁলোকৰ ফটো সমূহ নাম আৰু ঠিকনাৰ সৈতে আমাৰ WhatsApp নম্বৰত পঠাব লাগিব।
➡️আমাৰ WhatsApp No হ'ল👇
📲9613502517
📲8399826957
📲9395378848
📌 আমালৈ ফটো প্ৰেৰণৰ সময়সীমা - (9 অক্টোবৰ 2024 ৰ পৰা 20 অক্টোবৰ 2024 ) নিশা 10 বজালৈকে থাকিব।
প্ৰতিযোগিতাৰ ফলাফল সমূহ 24 অক্টোবৰ দিনা ঘোষণা কৰা হব।
🔇বি:দ্ৰ:- কোনো প্ৰতিযোগীয়ে অসৎ উপায় অৱলম্বন কৰিলে প্ৰতিযোগিতাৰ পৰা বহিষ্কাৰ কৰা হব।
🏆সকলো প্ৰতিযোগীলৈ (Assam Ne News) ৰ তৰফৰ পৰা শুভেচ্ছা জনালোঁ।
📝বাৰ্তাটো আপোনাৰ বন্ধু-বান্ধৱী নাইবা আপোনাৰ পৰিয়ালৰ অন্য সদস্যলৈ শ্বেয়াৰ কৰিব পাৰে ।
~ ধন্যবাদ সহকাৰে~
📌Page Admin Assam Ne News