Partha New

Partha New Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Partha New, Photographer, Assam, Sibsagar.

জুবিনদাই কৈছিল , " দেহৰ ভৰসা নাই , বুজিছানে নাই " ।জুবিনদা আৰু নাই 🙂এক সৃষ্টিৰ শেষ, এক শতিকাৰ শেষ , এটা সত্বাৰ মৃত্যু ।জ...
19/09/2025

জুবিনদাই কৈছিল , " দেহৰ ভৰসা নাই , বুজিছানে নাই " ।

জুবিনদা আৰু নাই 🙂

এক সৃষ্টিৰ শেষ, এক শতিকাৰ শেষ , এটা সত্বাৰ মৃত্যু ।
জুবিন নামৰ বটবৃক্ষডাল অৱশেষত বিলীন হৈ গল 😊

চিৰবিদায় জুবিন বৰঠাকুৰ ❤️🤗এটা ইতিহাসৰ অৱসান ঘটাই আমাৰ মাজৰ পৰা চিৰ বিদায় ললে জুবিন গাৰ্গ। তেখেতৰ আত্মাই যেন চিৰ শান্তি লাভ কৰে তাৰেই কামনা কৰিলো।
❤️

🙏🙏
13/09/2025

🙏🙏

ককাই আজি আমৰ হতেলট ভাল লাগিলে ককাই লগ পাই ধন্যবাদ ককাই 😍🙏  😍   #
29/07/2025

ককাই আজি আমৰ হতেলট ভাল লাগিলে ককাই লগ পাই ধন্যবাদ ককাই 😍🙏
😍 #

2024 চনৰ পৰা এটাই শিক্ষা পালোমানুহৰ ওচৰৰ পৰা যিমান দূৰত থাকিবা সিমান ভাল।নতুন বছৰটো নিজৰ বাবে একো নহলেও মা দেউতাক যেন সদ...
01/01/2025

2024 চনৰ পৰা এটাই শিক্ষা পালো
মানুহৰ ওচৰৰ পৰা যিমান দূৰত থাকিবা সিমান ভাল।

নতুন বছৰটো নিজৰ বাবে একো নহলেও মা দেউতাক যেন সদাই সুখত ৰাখিব পাৰো তাৰেই কামনা কৰিলোঁ।

Happy new year 🎊

13/11/2024


ধন্যবাদ ককাই❤️
09/11/2024

ধন্যবাদ ককাই❤️

Address

Assam
Sibsagar
785640

Website

Alerts

Be the first to know and let us send you an email when Partha New posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share

Category