ৰ'দালি -rodali

ৰ'দালি  -rodali Dombaru Dhar Gogoi

Big shout out to my newest top fans! 💎 Rohini BoraDrop a comment to welcome them to our community,
04/06/2026

Big shout out to my newest top fans! 💎 Rohini Bora

Drop a comment to welcome them to our community,

গ্ৰীষ্মৰ বতৰ শুকুলা ডাৱৰ              জোনৰ পোহৰ     ভাৱৰ মনি কোঠা ৰিম জিম বৃষ্টিত সুবাসী মধুৰ    মধু আশাৰ পৰশ কলি কল্পনা...
31/05/2026

গ্ৰীষ্মৰ বতৰ শুকুলা ডাৱৰ
জোনৰ পোহৰ
ভাৱৰ মনি কোঠা ৰিম জিম বৃষ্টিত সুবাসী মধুৰ
মধু আশাৰ পৰশ কলি কল্পনাৰ ববচা বন
সেউজ আশাৰ মধু সুবাসী ভাৱনাত মধু ধন
পথাৰ ভাৱনা সৰগ সুৱঁগী মধুৰতাৰ সোণালী
কল্পনা লহৰত ভাৱৰ মধু সুৱঁদী মধু কাকলি
সেউজ পথাৰত শব্দ মধুৰ চন্দ্ৰ ধ্বনি
ভাৱ ভাষা মধুৰতাত কল্পনা মধুৰ কঁপনি 
আশাই মৌ মিঠা সুৱঁদী নিজৰা বোৱাই
ভাৱ চলি মধু নদী সুঁতি কল্পনাই ভাৱনা উজ্বলাই

ঋতু গ্ৰীষ্মৰ আকাশত পোহৰ তৰালি        কল্পনা মধুৰ ভাৱনা মধুৰ মনৰ মধু মৌ কাকলি ভাৱনা আকাশত ডাৱৰ তৰাৰ মধু পোহৰ    হাঁহি খৰ...
30/05/2026

ঋতু গ্ৰীষ্মৰ আকাশত পোহৰ তৰালি 
কল্পনা মধুৰ ভাৱনা মধুৰ মনৰ মধু মৌ কাকলি
ভাৱনা আকাশত ডাৱৰ তৰাৰ মধু পোহৰ
হাঁহি খৰিকাজাই ৰিমজিম বৃষ্টি মধুৰ
ভাৱিলে ভাল ভাৱনা ভাৱত আশাৰ
সেউজ পথাৰ বৰ সুন্দৰ মধুৰতা আশাৰ
সৌন্দৰ্যতা কল্পনাত
ভাৱৰ মধুৰতাত কোবাল নদী সুঁত
আশাৰ মধুৰতাত পৰশ ভাৱনা আশাৰ ঢৌ
সুবাসী আশাৰ মধুৰতা কল্পনা সেউজ আশা ঢৌ
আশাৰ মধু পথাৰ সৰঁগী সৰগ সোণালী মধুৰতাৰ লহৰ
শব্দ মধুৰ চন্দ্ৰ ধ্বনি
চিন্তা মনি টোপালত ভাৱৰ সুৱঁদী কঁপনি

Big shout out to my newest top fans! 💎 Rohini Bora, Prasanta BoruahDrop a comment to welcome them to our community,
28/05/2026

Big shout out to my newest top fans! 💎 Rohini Bora, Prasanta Boruah

Drop a comment to welcome them to our community,

With Pori Gogoi – I just made it onto their weekly engagement list by being one of their top engagers! 🎉
26/05/2026

With Pori Gogoi – I just made it onto their weekly engagement list by being one of their top engagers! 🎉

With Mallika Giri Boruah – I'm on a streak! I've been a top fan for 20 months in a row. 🎉
26/05/2026

With Mallika Giri Boruah – I'm on a streak! I've been a top fan for 20 months in a row. 🎉

26/05/2026

Thanks for being a top engager and making it on to my weekly engagement list! 🎉 Prasanta Boruah, Pori Gogoi

@ঋতু গ্ৰীষ্মৰ      আকাশত শুকুলা ডাৱৰ        মিঠা জোনৰ পোহৰ    নিৰিবিলি নিৰৱতাই ৰিঙিয়াই     মধুৰতা ভাৱৰ মধু সুহুৰি কলি   ...
22/05/2026

@ঋতু গ্ৰীষ্মৰ
আকাশত শুকুলা ডাৱৰ
মিঠা জোনৰ পোহৰ
নিৰিবিলি নিৰৱতাই ৰিঙিয়াই
মধুৰতা ভাৱৰ মধু সুহুৰি কলি
মৌ মধুৰ সুমধুৰ পৰশৰ গীতৰ কলি
সুৰ এটি দিয়ানা
সুৰেৰে সজোৱা ভাৱনা কল্পনা পচোৱা
ভাৱৰ নদী সুঁতি বসন্ত কুলি
চিন্তামনি পথাৰত সেউজী আশাৰ সুঁৱদী লয়
ভাৱনা মধুৰ কল্পনা ভাৱৰ দাপোনত সপোন আশাৰ চয়।

With Prasanta Boruah – I'm on a streak! I've made it onto their weekly engagement list 7 weeks in a row. 🎉
21/05/2026

With Prasanta Boruah – I'm on a streak! I've made it onto their weekly engagement list 7 weeks in a row. 🎉

Address

Sapekhati

Telephone

+916000741316

Website

Alerts

Be the first to know and let us send you an email when ৰ'দালি -rodali posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share

Category