Safi ullah 0.2

Safi ullah 0.2 Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Safi ullah 0.2, Photographer, Nagaon.

28/01/2026

Tumi Hoi Juwa | Ashik Khan Malik | Suhail Ahmed | Official Music Video | Assamese Song



Credits.
Vocals.Ashik Khan malik
Music.Suhail Ahmed
Additional Music.Adilur Rahman
Lyrics And Composed By Ashik Khan Malik
Recorded By Suhail Ahmed
Mixed Mastered By Adilur Rahman
Producer Shakil MK And Ashik Khan Malik
Video By Mazidul Rahman
Cast.Ashik Khan Malik And Afreen Ali

Ashik Khan Malik https://www.facebook.com/ashikkhan.nigam

sponsored by Diminished Records.As Version 0.2 Just Rupohi Things.Shirina Medical

Thank you for whatching

28/11/2025

❤️❤️❤️

❤️❤️

4 গ্ৰাম ৰজনী গন্ধাৰ দাম = 17 টকা ।  কেজি হৱ = 4250 টকা । তুলসীৰ দাম Extra ।  কোনেও বাৰগেনিং নকৰে ।  DS Group  ধনী কিয় নহ...
25/11/2025

4 গ্ৰাম ৰজনী গন্ধাৰ দাম = 17 টকা । কেজি হৱ = 4250 টকা । তুলসীৰ দাম Extra । কোনেও বাৰগেনিং নকৰে । DS Group ধনী কিয় নহৱ । কাজু বাদাম বা খেজুৰ খাওক পৰিয়ালৰ লগত ৰজনী গন্ধা খোৱাতকৈ । পিছে 4250 টকীয়া ৰেটৰ ৰজনী গন্ধা চোবোৱা বোৰে গধুলি তৰকাৰী কিনিৱ গলে বাৰগেনিং কৰা মোচন বোৰ চাই মই মনে মনে ভাৱো , খেতিয়ক ৰ অৱস্থা কিয় ভাল হৱ বাৰু ? গৰীৱি কিয় নেথাকিৱ আমাৰ দেশত । আপুনি বা তুমি বুলি মাতিৱ টান পায় তৰকাৰি বেপাৰী বোৰক আমাৰ চাহাৱ , চাহাৱনী সকলে । ঐ বিলাহীৰ কেজি কিমান ? বাইদেউ = 4০ টকা । বাপৰে বাপ ইমান দাম । 20 টকাকৈ কলনীৰ বজাৰত পায় , তহতৰ তাত ইমান দামনে ? ৩০ টকাকৈ ল । এপোৱা দি চোন । ৩০ টা মান বিলাহী খোচৰি এপোৱা ললে বাইদেউ গৰাকীয়ে ।

10 টকীয়া নোট খন দি কলে , কেইটা মান জলকীয়া দি দে খুচুৰা যি ৰয় । তাৰ পিছত , বাইদেউ গৰাকীৰ চেণ্ডেল যোৰৰ অলপ ৰিপিয়াৰিং কৰিলে বিহাৰী বাবু ৰ ওচৰত । বাইদেউ = ইচকো থোৰা চিলাই কৰ দিজীয়ে না ! ৪ মিনিট ও লগা নাই । বিহাৰী বাবুয়ে কেইটা মান গাঠি মাৰি দি ৰিপিয়াৰিং কৰি দিলে । এ লিজিয়ে মেদাম । ত্ৰিছ ৰূপেয়আ দিজিয়ে ।

এ লিজিয়ে বুলি কৈ খমখমীয়া ২০০ টকীয়া এখন উলিয়াই দিলে । কোনো বাৰগেনিং নাই । তাৰ পিছত বাইদেউ য়ে ফাৰ্মাচী গৈ পেচক্ৰীপছন খন দেখুৱাই মেদিচিন ললে । 2280 টকা হৈছে মেদাম । ওকে , লওক । খমখমীয়া 500 টকীয়া 5খন উলিয়াই দিলে । বাৰগেনিং ৰ কথা আহিয়ে নপৰে ইয়াত । কৰপোৰেটৰ উৎপাদন এইবোৰ । হয়তো পঢ়ি বহুতৰ লাজ লাগিৱ । কিয়নো মই জানো যে ,আমাৰ ৯৫ শতাংশ মানুহৰে এইতো লক্ষন তৰকাৰী বেপাৰীৰ লগত বাৰগেইনিং কৰাতো । কিন্তু , আমি জানো চিন্তা কৰো ! তেখেত সকলৰো এখন ঘৰ বা এটা ফেমিলি আছে ?

হোল চেল বজাৰৰ পৰা ১০ কেজি বিলাহী আনিলে বাৰু । আপুনি বা মই আধা কেজি , এপোৱা কৈ খোচৰি খোচৰি কিনোতে ১ কেজি বেয়া হৈ যাৱ । ওজনত অলপ হলেও বেছি দিৱ লাগিৱ । আজিৰ বিলাহী আজিয়ে বিক্ৰী হৈ শেষ নহলে কাইলৈ গৰমতে বহু বেছিকৈ পকি যাৱ । আপোনাক বা মোক অলপ ডাঠ টাইপৰ 70 % পকা 30 % কেচা টাইপৰ বিলাহী লাগিৱ ।

যদি গধুলি বৰষুণ দিয়ে তেন্তে বিক্ৰী নহৱও পাৰে । সকলো তৰকাৰীৰ ক্ষেত্ৰতে প্ৰযোজ্য হয় একেই সমস্য । শ্ৰদ্ধাৰ চৰকাৰী চাকৰিয়াল সকল । আপোনালোকে 10 তাত গৈ 4 টালৈ চাকৰি কৰে । তাৰ পিছত বিনদাস হৈ Social Media ত ভাষন দিৱ । ইয়াক সমালোচনা , তাক সমালোচনা । যেন দেশ খনত বাকী খাতি খোৱা মানুহ বোৰৰ একো অৱদানেই নাই । তৰকাৰী বেপাৰী এজনে ৰাতিপুৱা 5 বজাত পাইকাৰী বজাৰ গৈ পায় তৰকাৰী কিনিৱলৈ । ৰাতি 10 বজালৈ বেপাৰ কৰে আপোনালোকৰ ঐ , তই আদিবোৰ টেঙা লগা মাত হজম কৰি ।

ফেমিলি ক আপোনালোকৰ দৰে পাৰ্ক , মল , চিনেমা হল আদি ঠাইলৈ ফুৰাৱ লৈ যাৱলৈ সক্ষম নহয় । তাৰ মাজতে বেমাৰ ,আজাৰ হলে না ইনচুৰেন্স আছে , না PF আছে , না ESI আছে । বেংকত লাখ টকাৰ জমা ভড়াল ও নাই । 

ৰাইজলৈ মোৰ অনুৰোধ । সৰু সৰু বেপাৰী বোৰৰ জীৱন বোৰকো গুৰুত্ব দিয়ক । অলপ মৰমৰ মাত দিয়ক । তেতিয়াহে পঢ়ি শুনি চৰকাৰী চাকৰী নোপোৱা ডেকা চামেও সৰু সুৰা ব্যৱসায় বোৰ কৰিৱলৈ আগবাঢ়ি আহিৱ । তেখেত সকল আছে বাৱেই চহৰত চাহাৱী জীৱন কটাৱ পাৰিছো আপুনি মই সকলোৱে ভি আই পি হৈ ।

েচবুক_সংগ্ৰহ

06/10/2025

Mayabini ❤️

ৰৈ ৰৈ বিনালে নিশায়ে বিনালে
02/10/2025

ৰৈ ৰৈ বিনালে
নিশায়ে বিনালে

21/09/2025

ধন্যবাদ USTM, জীয়াই থকা অৱস্থাত জুবিন দাৰ মূল্য বুজি পাই উপযুক্ত সন্মান প্ৰদান কৰিছিল।

দাদা একেবাৰ সুস্থ আছিল,কিন্তু কিয় আমাৰ পৰা গুচি গ'ল ?আমাৰ দাদাক যেনেকৈ নিয়া হৈছিল তেনেকৈ উভতাই দিয়ক 🙏💔
19/09/2025

দাদা একেবাৰ সুস্থ আছিল,কিন্তু কিয় আমাৰ পৰা গুচি গ'ল ?
আমাৰ দাদাক যেনেকৈ নিয়া হৈছিল তেনেকৈ উভতাই দিয়ক 🙏💔

19/09/2025

জুবিন গাৰ্গক বিদায় জনাব নোৱাৰি!!💔

Uff💔💔💔😭😭
19/09/2025

Uff💔💔💔😭😭

I ❤️ Village
15/09/2025

I ❤️ Village

বয়স টা শখের,, অভাব টা টাকার,,মুখে মিথ্যা হাসি, কিন্তু চোখের স্বপ্ন হাজার,,,!! 😅🥺
05/08/2025

বয়স টা শখের,, অভাব টা টাকার,,মুখে মিথ্যা হাসি, কিন্তু চোখের স্বপ্ন হাজার,,,!! 😅🥺

31/07/2025

Address

Nagaon

Telephone

+917002953931

Website

Alerts

Be the first to know and let us send you an email when Safi ullah 0.2 posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Safi ullah 0.2:

Share

Category