New Ramdhenu Digital

Call Website

New Ramdhenu Digital Newramdhenudigital.com

14/09/2026

নলবাৰী মুগকুছিত নিউ নিশিতা ইলেক্ট্ৰিকেল নামৰ বিপনী মুকলি। বিপনীখন ফিটা কাটি মুকলি কৰে স্বত্বাধিকাৰী জনাৰ্দ্দন তালুকদাৰৰ কনমানি পুত্ৰ গৌৰাঙ্গ তালুকদাৰে। নিশিতা ইলেক্ট্ৰিকেলত সকলো ধৰণৰ ইলেক্ট্ৰিকেল আৰু টিভি , এচি , ৰেফ্ৰিজাৰেটৰ ইনভাৰ্টাৰ , বেটাৰী , কুলাৰ আদি সামগ্ৰী গ্ৰাহকে পাইকাৰী মুল্যত লাভ কৰিব ।নিশিতা ইলেক্ট্ৰিকেল নামৰ আন এখন বিপনী নলবাৰী চহৰৰ পুৰনি টেম্পো আস্থানৰ কাষত অৱস্থিত।

04/09/2026

: পুনৰ নলবাৰীত চলিছে বনৰীয়া হাতীৰ তাণ্ডৱ। ভাদমহীয়া খেতিপথাৰ তহিলং কৰিছে বনৰীয়া হাতীয়ে।কালি চেংনৈৰ এটি পৰিয়ালৰ বাসগৃহতো আক্ৰমণ কৰে বনৰীয়া হাতীয়ে।বিগত এটা দিন পুৰ্বে বন বিভাগে হাতী খেদিছিল যদিও পুনৰ এটি বনৰীয়া হাতীৰ জাকে নলবাৰীৰ উত্তৰাঞ্চলত তাণ্ডব চলাইছে।আজি বাক্সা বন বিভাগৰ লগ লাগি নলবাৰী বন বিভাগে হাতীৰ জাকটো ভূটান পাহাৰৰ দিশে খেদি পঠিয়াই।নলবাৰী আঞ্চলিক বন বিষয়া দিনেশ দাস আৰু বন পালক আলাউদ্দিন আহমেদৰ নেতৃত্বত চলা অভিযানত ধুপধৰাৰ পৰা অহা এটি বিশেষজ্ঞ দলে হাতী খেদাত সহযোগ কৰে।
নলবাৰী জিলাৰ কেম্পঘাট,কটৰা, বালিতাৰা আদি ঠাইৰ পৰা হাতীৰ জাকটো খেদি নি নলবাৰীৰ সীমা পাৰ কৰি ভূটান পাহাৰ অভিমুখে খেদি পঠিয়াই হাতীৰ জাকটো।

19/04/2026

ছ'চিয়েল মিডিয়াত ভাইৰেল মাত্ৰ ৩০ চেকেণ্ডৰ এটা ভিডিঅ ॥

জুবিন গাৰ্গৰ সেই বিখ্যাত হামিং দি ভাইৰেল নলবাৰীৰ ৰহিম ৰাজ ॥

04/04/2026

নলবাৰীত বিজেপি প্ৰাৰ্থী জয়ন্ত মল্ল বৰুৱাৰ হাত শক্তিশালী কৰিছে বিশিষ্ট সমাজ কৰ্মী যুৱ ৰাজনৈতিক নেতা অঞ্জন বৰ্মনে ।

অঞ্জন বৰ্মনৰ বিজেপিত যোগদানে কম্পিত কৰিছে কংগ্ৰেছ শিবিৰত।

অঞ্জন বৰ্মন নলবাৰী জিলাৰ এক চিনাকি নাম ।

অঞ্জন বৰ্মনৰ বিজেপিত যোগদানে জয়ন্ত মল্ল বৰুৱাক হাত শক্তিশালী কৰাত এক উল্লেখযোগ্য ভুমিকা গ্ৰহণ কৰিব।

অঞ্জন বৰ্মনে বহু বছৰ ধৰি নলবাৰী জিলাখনত বিভিন্ন সামাজিক কাৰ্যৰে এজন জনপ্ৰিয় নেতা হিচাপে পৰিগণিত হৈ আছিল। Part 15

04/04/2026

নলবাৰীত বিজেপি প্ৰাৰ্থী জয়ন্ত মল্ল বৰুৱাৰ হাত শক্তিশালী কৰিছে বিশিষ্ট সমাজ কৰ্মী যুৱ ৰাজনৈতিক নেতা অঞ্জন বৰ্মনে ।

অঞ্জন বৰ্মনৰ বিজেপিত যোগদানে কম্পিত কৰিছে কংগ্ৰেছ শিবিৰত।

অঞ্জন বৰ্মন নলবাৰী জিলাৰ এক চিনাকি নাম ।

অঞ্জন বৰ্মনৰ বিজেপিত যোগদানে জয়ন্ত মল্ল বৰুৱাক হাত শক্তিশালী কৰাত এক উল্লেখযোগ্য ভুমিকা গ্ৰহণ কৰিব।

অঞ্জন বৰ্মনে বহু বছৰ ধৰি নলবাৰী জিলাখনত বিভিন্ন সামাজিক কাৰ্যৰে এজন জনপ্ৰিয় নেতা হিচাপে পৰিগণিত হৈ আছিল। Part 14

04/04/2026

নলবাৰীত বিজেপি প্ৰাৰ্থী জয়ন্ত মল্ল বৰুৱাৰ হাত শক্তিশালী কৰিছে বিশিষ্ট সমাজ কৰ্মী যুৱ ৰাজনৈতিক নেতা অঞ্জন বৰ্মনে ।

অঞ্জন বৰ্মনৰ বিজেপিত যোগদানে কম্পিত কৰিছে কংগ্ৰেছ শিবিৰত।

অঞ্জন বৰ্মন নলবাৰী জিলাৰ এক চিনাকি নাম ।

অঞ্জন বৰ্মনৰ বিজেপিত যোগদানে জয়ন্ত মল্ল বৰুৱাক হাত শক্তিশালী কৰাত এক উল্লেখযোগ্য ভুমিকা গ্ৰহণ কৰিব।

অঞ্জন বৰ্মনে বহু বছৰ ধৰি নলবাৰী জিলাখনত বিভিন্ন সামাজিক কাৰ্যৰে এজন জনপ্ৰিয় নেতা হিচাপে পৰিগণিত হৈ আছিল। Part 13

04/04/2026

নলবাৰীত বিজেপি প্ৰাৰ্থী জয়ন্ত মল্ল বৰুৱাৰ হাত শক্তিশালী কৰিছে বিশিষ্ট সমাজ কৰ্মী যুৱ ৰাজনৈতিক নেতা অঞ্জন বৰ্মনে ।

অঞ্জন বৰ্মনৰ বিজেপিত যোগদানে কম্পিত কৰিছে কংগ্ৰেছ শিবিৰত।

অঞ্জন বৰ্মন নলবাৰী জিলাৰ এক চিনাকি নাম ।

অঞ্জন বৰ্মনৰ বিজেপিত যোগদানে জয়ন্ত মল্ল বৰুৱাক হাত শক্তিশালী কৰাত এক উল্লেখযোগ্য ভুমিকা গ্ৰহণ কৰিব।

অঞ্জন বৰ্মনে বহু বছৰ ধৰি নলবাৰী জিলাখনত বিভিন্ন সামাজিক কাৰ্যৰে এজন জনপ্ৰিয় নেতা হিচাপে পৰিগণিত হৈ আছিল। Part 12

04/04/2026

নলবাৰীত বিজেপি প্ৰাৰ্থী জয়ন্ত মল্ল বৰুৱাৰ হাত শক্তিশালী কৰিছে বিশিষ্ট সমাজ কৰ্মী যুৱ ৰাজনৈতিক নেতা অঞ্জন বৰ্মনে ।

অঞ্জন বৰ্মনৰ বিজেপিত যোগদানে কম্পিত কৰিছে কংগ্ৰেছ শিবিৰত।

অঞ্জন বৰ্মন নলবাৰী জিলাৰ এক চিনাকি নাম ।

অঞ্জন বৰ্মনৰ বিজেপিত যোগদানে জয়ন্ত মল্ল বৰুৱাক হাত শক্তিশালী কৰাত এক উল্লেখযোগ্য ভুমিকা গ্ৰহণ কৰিব।

অঞ্জন বৰ্মনে বহু বছৰ ধৰি নলবাৰী জিলাখনত বিভিন্ন সামাজিক কাৰ্যৰে এজন জনপ্ৰিয় নেতা হিচাপে পৰিগণিত হৈ আছিল। Part 11

04/04/2026

নলবাৰীত বিজেপি প্ৰাৰ্থী জয়ন্ত মল্ল বৰুৱাৰ হাত শক্তিশালী কৰিছে বিশিষ্ট সমাজ কৰ্মী যুৱ ৰাজনৈতিক নেতা অঞ্জন বৰ্মনে ।

অঞ্জন বৰ্মনৰ বিজেপিত যোগদানে কম্পিত কৰিছে কংগ্ৰেছ শিবিৰত।

অঞ্জন বৰ্মন নলবাৰী জিলাৰ এক চিনাকি নাম ।

অঞ্জন বৰ্মনৰ বিজেপিত যোগদানে জয়ন্ত মল্ল বৰুৱাক হাত শক্তিশালী কৰাত এক উল্লেখযোগ্য ভুমিকা গ্ৰহণ কৰিব।

অঞ্জন বৰ্মনে বহু বছৰ ধৰি নলবাৰী জিলাখনত বিভিন্ন সামাজিক কাৰ্যৰে এজন জনপ্ৰিয় নেতা হিচাপে পৰিগণিত হৈ আছিল। Part 10

04/04/2026

নলবাৰীত বিজেপি প্ৰাৰ্থী জয়ন্ত মল্ল বৰুৱাৰ হাত শক্তিশালী কৰিছে বিশিষ্ট সমাজ কৰ্মী যুৱ ৰাজনৈতিক নেতা অঞ্জন বৰ্মনে ।

অঞ্জন বৰ্মনৰ বিজেপিত যোগদানে কম্পিত কৰিছে কংগ্ৰেছ শিবিৰত।

অঞ্জন বৰ্মন নলবাৰী জিলাৰ এক চিনাকি নাম ।

অঞ্জন বৰ্মনৰ বিজেপিত যোগদানে জয়ন্ত মল্ল বৰুৱাক হাত শক্তিশালী কৰাত এক উল্লেখযোগ্য ভুমিকা গ্ৰহণ কৰিব।

অঞ্জন বৰ্মনে বহু বছৰ ধৰি নলবাৰী জিলাখনত বিভিন্ন সামাজিক কাৰ্যৰে এজন জনপ্ৰিয় নেতা হিচাপে পৰিগণিত হৈ আছিল। Part 9

Address

Rangia

Alerts

Be the first to know and let us send you an email when New Ramdhenu Digital posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share