Kangkana Das

Kangkana Das Hey Gyzz I am Kangkana Das. And I am here to share with you my life journey ��

যি মানুহে তোমাক butter লগায় তেওঁৰ হাতত সদায় চুৰিখন থাকিবয়ে মনত ৰাখিব 😐
12/08/2026

যি মানুহে তোমাক butter লগায় তেওঁৰ হাতত সদায় চুৰিখন থাকিবয়ে মনত ৰাখিব 😐

আজিৰ জ্ঞান কল খালে হাড়ৰ বাবে ভাল কিন্তু সেই কলৰ বাকলিতে পৰিলে হাড় ভাঙে😁
12/08/2026

আজিৰ জ্ঞান
কল খালে হাড়ৰ বাবে ভাল কিন্তু সেই কলৰ বাকলিতে পৰিলে হাড় ভাঙে😁

আগতে ভাবিছিলো politics সাংসদতহে হয়, কিন্তু এতিয়া শাহুঘৰত আহি গম পালো ইয়াতকৈ দুগুণ politics ইয়াতে হয়😁
11/08/2026

আগতে ভাবিছিলো politics সাংসদতহে হয়, কিন্তু এতিয়া শাহুঘৰত আহি গম পালো ইয়াতকৈ দুগুণ politics ইয়াতে হয়😁

শাহুৰ ঘৰৰ অংকবোৰ অলপ বেলেগ। লোৱাৰ সময়ত নিয়ম দিয়াৰ সময়ত তেওঁলোকৰ তেনে নিয়ম নাই😁
11/08/2026

শাহুৰ ঘৰৰ অংকবোৰ অলপ বেলেগ। লোৱাৰ সময়ত নিয়ম দিয়াৰ সময়ত তেওঁলোকৰ তেনে নিয়ম নাই😁

10/08/2026

Cut the lines game

যিয়ে চকুপানী দেখিও দুখৰ অনুমান কৰিব নোৱাৰে তেওঁক স্বামী বুলি কয় আৰু যিয়ে মাত এষাৰ শুনিয়েই বুজি পায় তেওঁক দেউতা বুলি...
09/08/2026

যিয়ে চকুপানী দেখিও দুখৰ অনুমান কৰিব নোৱাৰে তেওঁক স্বামী বুলি কয় আৰু যিয়ে মাত এষাৰ শুনিয়েই বুজি পায় তেওঁক দেউতা বুলি কয়💔

ৰাতিপুৱা এটায়ে আমাৰ মনত বহুতো ধনাত্মক অনুভৱ যোগাই তোলে আৰু তেনে এটা ৰাতিপুৱা অপব্যয় কৰাটো আমাৰ কৰ্তব্য নহয়🥰 Good Morn...
09/08/2026

ৰাতিপুৱা এটায়ে আমাৰ মনত বহুতো ধনাত্মক অনুভৱ যোগাই তোলে আৰু তেনে এটা ৰাতিপুৱা অপব্যয় কৰাটো আমাৰ কৰ্তব্য নহয়🥰 Good Morning 🌞

যিয়ে নিজৰ বেয়া দিন দেখা পাইছে তেওঁ কেতিয়াও আনৰ বেয়া হোৱা চাব নোৱাৰে 😍
08/08/2026

যিয়ে নিজৰ বেয়া দিন দেখা পাইছে তেওঁ কেতিয়াও আনৰ বেয়া হোৱা চাব নোৱাৰে 😍

লগৰকেইটাই বিয়াৰ পিছত খবৰ নললে ego হোৱা বুলি ভাবে আগতে তহঁতে বিয়া হৈ ল তাৰ পিছত গম পাবি😁
08/08/2026

লগৰকেইটাই বিয়াৰ পিছত খবৰ নললে ego হোৱা বুলি ভাবে আগতে তহঁতে বিয়া হৈ ল তাৰ পিছত গম পাবি😁

মানুহৰ জীৱনত বিপদবোৰ আহিলে বহু কষ্ট পাই যদিও জীৱনৰ বাবে ই প্ৰয়োজনীয় ❤️
08/08/2026

মানুহৰ জীৱনত বিপদবোৰ আহিলে বহু কষ্ট পাই যদিও জীৱনৰ বাবে ই প্ৰয়োজনীয় ❤️

Address

Mirza
Guwahati
781125

Alerts

Be the first to know and let us send you an email when Kangkana Das posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Kangkana Das:

Shortcuts

Share