ৰত্ন Ratna

ৰত্ন Ratna 🔸আমি সদায় ৰাইজৰ কাষত ✅✅মানুহে মানুহৰ বাবে ✅

👉🏼এই পিষাছ কেইটাৰ বাবে ক্ষোভ প্ৰকাশ কৰক 😡তহঁতে নিষ্ঠাৰ নাপাবি,দাদাই কি দিয়া নাছিল,কি কৰা নাছিল,কুকুৰ হত 😡মেনেজাৰ , টোক ...
25/09/2025

👉🏼এই পিষাছ কেইটাৰ বাবে ক্ষোভ প্ৰকাশ কৰক 😡

তহঁতে নিষ্ঠাৰ নাপাবি,

দাদাই কি দিয়া নাছিল,
কি কৰা নাছিল,
কুকুৰ হত 😡

মেনেজাৰ , টোক নেফানেফ কৰিম
যি টোক উদ্ধাৰ কৰিলে তেঁওক তয় শেষ কৰি পেলালি

দাদাৰ পইছাৰে ৰাজভোগ কৰিলি,
তথাপিও তোৰ ভোগ নকমিল,

পৰিণাম কিন্তু বহুত ভয়ানক হব তহ বোৰৰ,

দাদা কোন আছিলঃ নুবুজিলি, ভোগ নকমিল চিহ,





#জুবিন

তেজ মঙহৰে মৰম নেওঁচি জ্বলি জ্বলি ৰল মাথোঁ চাই 😢গ'লগৈ সংগীতৰ ভগবান 😭😭😭
23/09/2025

তেজ মঙহৰে মৰম নেওঁচি জ্বলি জ্বলি ৰল মাথোঁ চাই 😢
গ'লগৈ সংগীতৰ ভগবান 😭😭😭

ৰজা পাবহি এতিয়া 😭😭😭❤️❤️❤️
21/09/2025

ৰজা পাবহি এতিয়া 😭😭😭❤️❤️❤️

20/09/2025

শদিয়াৰ ৰাইজক অনুৰোধ কৰিছো এই নৰ পিষাছ টোক শাস্ত্রি দিয়ক 😔😔😔 আমাৰ মৰমৰ জুবিন দাক ইমান বেয়াকৈ কৈছে মই থাকিব পৰা নাই ৰাইজ 😭😭😭😭 জই জুবিন দা ❤❤❤

❤️সঁচাকৈয়ে বহুত মহান দুয়ো 🙏🙏🙏🙏😭😟😔❤️❤️
20/09/2025

❤️সঁচাকৈয়ে বহুত মহান দুয়ো 🙏🙏🙏🙏😭😟😔❤️❤️

https://www.youtube.com/👆 মোৰ নতুন ইউতিউব চেনেল সকলোৱে চাপউত কৰিব দেই 👆
06/09/2025

https://www.youtube.com/
👆 মোৰ নতুন ইউতিউব চেনেল সকলোৱে চাপউত কৰিব দেই 👆

06/09/2025

কৰ্ণাটকত ৰাষ্ট্ৰভাষা হিন্দী ও ক'ব নোৱাৰি ব😔😭এয়া আমাৰ দেশ ভাৰতৰ এখন ৰাজ্য কর্ণাটকৰ দৃশ্য / আমি হে বাহিৰৰ পৰা অহা অতিথি সকলক সন্মান কৰো কিন্তু আমাক বাহিৰত এনে ব্যৱহাৰ কৰে | কেনেকুৱা শিক্ষিত সমাজ 😔😱😔

゚viralシfypシ゚viralシ

🔴জীৱন মানেই টো হাঁহি কান্দোন ✅🔴জীৱন মানেই টো সুখ দুখ✅🔴জীৱনত বাধা বা ধুমুহা আহিল বোলিয়ে ভাগি নপৰিব✅🔴সদায় হাঁহি থাকিব✅  ...
04/09/2025

🔴জীৱন মানেই টো হাঁহি কান্দোন ✅
🔴জীৱন মানেই টো সুখ দুখ✅
🔴জীৱনত বাধা বা ধুমুহা আহিল বোলিয়ে ভাগি নপৰিব✅
🔴সদায় হাঁহি থাকিব✅

゚viralシfypシ゚viralシ

Address

Gohpur
Golaghat

Telephone

+916380326407

Website

Alerts

Be the first to know and let us send you an email when ৰত্ন Ratna posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share