Sangeeta Deka B

Sangeeta Deka B নমস্কাৰ, আপোনালোক সকলোকে স্বাগতম জনাইছো।

মূলা-আলু ভাজি, পটল ভাজি
21/07/2026

মূলা-আলু ভাজি, পটল ভাজি

চাহ আৰু পকৰিৰে আবেলিৰ জুতি.... Good evening
20/07/2026

চাহ আৰু পকৰিৰে আবেলিৰ জুতি....
Good evening

বৰষুণৰ বতৰত বেচন-পিঁয়াজৰ গৰম গৰম পকৰি..
20/07/2026

বৰষুণৰ বতৰত বেচন-পিঁয়াজৰ গৰম গৰম পকৰি..


19/07/2026

নাজানো এই জোপা কি গছ হয়.. সৰু সৰু বগা ফুল ফুলি আছে.. পাতবোৰত কাঁইট আছে.. কম দিনৰ ভিতৰতে বহুত ওখ হৈছে.. কোনোবাই জানে যদি জনাবছোন কি উদ্ভিদ হয়

কেঁচা অমিতাৰ লগত শিঙি মাছৰ সোৱাদ কেনে লাগিব  বাৰু??
19/07/2026

কেঁচা অমিতাৰ লগত শিঙি মাছৰ সোৱাদ কেনে লাগিব বাৰু??



মুগ দালি আৰু আলুৰে বনোৱা তৰকাৰীখন.. তেল গৰম কৰি পিঁয়াজ,পাঁচফোৰণ,নিমখ,হালধি দি আলুখিনি আধা ভাজা কৰিলো.. ধুই থোৱা মুগ দাল...
18/07/2026

মুগ দালি আৰু আলুৰে বনোৱা তৰকাৰীখন..
তেল গৰম কৰি পিঁয়াজ,পাঁচফোৰণ,নিমখ,হালধি দি আলুখিনি আধা ভাজা কৰিলো.. ধুই থোৱা মুগ দালি খিনি দি আকৌ অলপ সময় কম জুইত ভাজিলো.. ভাজা হোৱাত কমকৈ পানী দি উতলিব দিলো.. নিসিজালৈকে কম কমকৈ পানী দি উতলাই থাকিলো.. অলপ জিৰা গুৰি আৰু জালুক গুৰিও দিছো

আটা আৰু গুড়েৰে বনোৱা কল পিঠা
14/07/2026

আটা আৰু গুড়েৰে বনোৱা কল পিঠা

14/07/2026

বেছিকৈ পকা কলকেইটামান ভালকৈ পিটিকি ল'লো..অলপ গুড় আৰু আটা মিলাই কল পিঠা বনালো ।

  by Victor Das
13/07/2026

by Victor Das

13/07/2026

অপৰাজিতা ফুল শুকাবলৈ দিয়া হৈছে.. চাহ বনাই খাব পাৰি।





Address

Guwahati
Gauhati
781001

Website

Alerts

Be the first to know and let us send you an email when Sangeeta Deka B posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share