ETV News

ETV News Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from ETV News, Dhuburi.

12/08/2026

গৌৰীপুৰত সংগঠিত হৈছে জঘন্য ঘটনা।

দ্বাৰচৌকাত এগৰাকী ছয় বছৰীয়া ছোৱালীক ধৰ্ষণ কৰাৰ অভিযোগ।

09/08/2026

গৌৰীপুৰত জুৱা খেলৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান ৭ জুৱাৰীক আটক।
গৌৰীপুৰত জুৱা খেলৰ বিৰুদ্ধে আৰক্ষীৰ বৃহৎ অভিযান।

আজিৰে পৰা বান বিধ্বস্ত ৪ জিলাত চলিব ক্ষয়-ক্ষতিৰ জৰীপ।
09/08/2026

আজিৰে পৰা বান বিধ্বস্ত ৪ জিলাত চলিব ক্ষয়-ক্ষতিৰ জৰীপ।

আজি আন্তঃৰাষ্ট্ৰীয় খিলঞ্জীয়া দিৱস।
09/08/2026

আজি আন্তঃৰাষ্ট্ৰীয় খিলঞ্জীয়া দিৱস।

📌নিজেই ঢাকোন আঁতৰাই দৰঙৰ বান শিবিৰত বন্যাৰ্তৰ বাবে ৰন্ধা আহাৰ পৰীক্ষা কৰিলে মুখ্যমন্ত্ৰীয়ে।
08/08/2026

📌নিজেই ঢাকোন আঁতৰাই দৰঙৰ বান শিবিৰত বন্যাৰ্তৰ বাবে ৰন্ধা আহাৰ পৰীক্ষা কৰিলে মুখ্যমন্ত্ৰীয়ে।

08/08/2026

‘তই কেৱল এড্ৰেছটো দে, তাক ঠিকচে মাৰিম...’- পত্নীক প্ৰতাৰণা কৰা স্বামীৰ বিৰুদ্ধে কঠোৰ মুখ্যমন্ত্ৰী। দ্বিতীয় বিবাহ কৰোৱা স্বামীৰ বিৰুদ্ধে এগৰাকী মহিলাই অভিযোগ দিয়াৰ পিছত মুখ্যমন্ত্ৰীৰ মন্তব্য।

ধুবুৰী জিলাৰ গাওঁৱে ভুৱে শিপাইছে সর্বনাসী তীৰ জুৱাৰ খেল।মাজে সময়ে আৰক্ষীৰ জালত পৰে তীৰৰ টিকট বিক্রেতা, কিন্তু কেতিয়া বন্...
07/08/2026

ধুবুৰী জিলাৰ গাওঁৱে ভুৱে শিপাইছে সর্বনাসী তীৰ জুৱাৰ খেল।

মাজে সময়ে আৰক্ষীৰ জালত পৰে তীৰৰ টিকট বিক্রেতা, কিন্তু কেতিয়া বন্ধ হ'ব অবৈধ তীৰ জুৱা খেল?

কেৱল তীৰৰ টিকট বিক্রেতাই আৰক্ষীৰ জালত পৰিব নে তীৰ মাফিয়া সকলো পৰিব আৰক্ষীৰ জালত।

07/08/2026

গৌৰীপুৰত দুই প্ৰবঞ্চকক আটক।

প্ৰবঞ্চক দুটাই এগৰাকী মহিলাৰ পৰা ATM কাৰ্ড সলনি কৰি ৩৫ হাজাৰ টকা লুটিছিল।

Address

Dhuburi
783331

Telephone

+917002917482

Website

Alerts

Be the first to know and let us send you an email when ETV News posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to ETV News:

Shortcuts

Share