Hemanta Saikia

Hemanta Saikia �হাঁহি ফূৰ্টিকৈ থাকিবলৈ এটা সৰু জীৱনৰ সন্ধানত���
�� বন্ধুত্ব জীৱনে পৃথিৱী খন সুন্দৰ কৰিবলৈ শিকাইছে, নতুনক সদায় আদৰিছোঁ ��
�� জীৱন জিন্দাবাদ��

কইনাৰ লগত আমি..
17/03/2025

কইনাৰ লগত আমি..


17/10/2024
16/09/2023

শ্ৰী শ্ৰী ধাম ৰাম ৰায় কুঠীৰ সত্ৰ

07/09/2023

ৰবীন্দ্ৰ সৰকাৰলৈ শ্ৰদ্ধাঞ্জলি নিবেদিলো

তোমাৰ জন্ম দিনৰ এই মধুৰ মূহুৰ্তত ভবিষ্যত দিনত ভগৱানে অধিক সফলতা কঢ়িয়াই আনে তাৰে কামনা কৰিলোঁ।শুভ জন্ম দিন কাঁচিয়লি °°...
03/08/2023

তোমাৰ জন্ম দিনৰ এই মধুৰ মূহুৰ্তত ভবিষ্যত দিনত ভগৱানে অধিক সফলতা কঢ়িয়াই আনে তাৰে কামনা কৰিলোঁ।শুভ জন্ম দিন কাঁচিয়লি °°°

বহুত কথা থাকি গ'ল চাৰ, কবিতা লিখিবলৈ,কবিতাৰ কথাবোৰ আৰু পতা নহ'ব। ইমান সোনকালে আমাক কিয় এৰি গ'ল। মাত্ৰ কেইদিনমানৰ আগতে ঘ...
15/11/2022

বহুত কথা থাকি গ'ল চাৰ, কবিতা লিখিবলৈ,কবিতাৰ কথাবোৰ আৰু পতা নহ'ব। ইমান সোনকালে আমাক কিয় এৰি গ'ল। মাত্ৰ কেইদিনমানৰ আগতে ঘন্টাজোৰা কথা পাতিছিলো ফোনতে।চেংগিছ খাৰ পৰা চুদাংফা বা বামুণী কোঁৱৰৰ ইতিহাস আৰু আপোনাৰ মুখৰ পৰা শুনিবলৈ নাপাম।বিশ্বাস নহ'ব মোৰ,নহয় কেতিয়াও। আপোনাতকে আন এজন কবি মোৰ তুলনাত নাহিব আৰু। শান্তিৰে থাকক।

Address

Itakhola, Biswanath
Biswanath Chariali
784182

Telephone

+916002373267

Website

Alerts

Be the first to know and let us send you an email when Hemanta Saikia posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share