Archana Deka

Archana Deka Real creater

আপোনাৰ লক্ষ্য যিমানেই ডাঙৰ নহওক কিয়, আপোনাৰ আত্মবিশ্বাস তাতকৈও ডাঙৰ হ'ব লাগিব। আজিৰ দিনটো আপোনাৰ হওক! 🌸Good morning ever...
27/07/2026

আপোনাৰ লক্ষ্য যিমানেই ডাঙৰ নহওক কিয়, আপোনাৰ আত্মবিশ্বাস তাতকৈও ডাঙৰ হ'ব লাগিব। আজিৰ দিনটো আপোনাৰ হওক! 🌸
Good morning everyone

আশাবোৰ বাস্তৱ হওঁক,হিয়াখন সুখেৰে ভৰি ৰওঁক। 🌿🌻​— সুপ্ৰভাত!Good morning everyone
26/07/2026

আশাবোৰ বাস্তৱ হওঁক,
হিয়াখন সুখেৰে ভৰি ৰওঁক। 🌿🌻
​— সুপ্ৰভাত!Good morning everyone

দিনটোৰ ভাগৰবোৰ পাহৰি যোৱা,সপোনৰ পৃথিৱীত নিজক হেৰুৱাই দিয়া।আকাশৰ তৰাটিয়েও কৈছে মনে মনে—"শোৱা এতিয়া, নতুন পুৱাই ৰৈ আছে ত...
25/07/2026

দিনটোৰ ভাগৰবোৰ পাহৰি যোৱা,
সপোনৰ পৃথিৱীত নিজক হেৰুৱাই দিয়া।
আকাশৰ তৰাটিয়েও কৈছে মনে মনে—
"শোৱা এতিয়া, নতুন পুৱাই ৰৈ আছে তোমাৰ বাবে।"
শুভৰাত্ৰি! 💤Good night everyone

প্ৰভাতৰ প্ৰথম কিৰণেকাঢ়ি নিয়ক সকলো আন্ধাৰ,নতুন দিনটোৱে কঢ়িয়াই আনকঅনাবিল সুখ আৰু হাঁহিৰ সম্ভাৰ।Good morning everyone  ...
23/07/2026

প্ৰভাতৰ প্ৰথম কিৰণে
কাঢ়ি নিয়ক সকলো আন্ধাৰ,
নতুন দিনটোৱে কঢ়িয়াই আনক
অনাবিল সুখ আৰু হাঁহিৰ সম্ভাৰ।Good morning everyone #

হাঁহিৰে আৰম্ভ হওক আজিৰ সুন্দৰ দিনটো। Good morning everyone
22/07/2026

হাঁহিৰে আৰম্ভ হওক আজিৰ সুন্দৰ দিনটো।
Good morning everyone

দুপৰীয়াৰ অলপ জিৰণি আৰু এপেয়া গৰম চাহ... শুভ অপৰাহ্ন!"Good afternoon everyone
20/07/2026

দুপৰীয়াৰ অলপ জিৰণি আৰু এপেয়া গৰম চাহ... শুভ অপৰাহ্ন!"Good afternoon everyone

আবেলিৰ ৰংবোৰ লাহে লাহে ম্লান পৰিছে,দিনটোৰ কোলাহলবোৰ নিজম দিছে।এজাক শীতল বতাহে কাণে কাণে কৈ গৈছে—"হতাশ নহবা, কাইলৈ আকৌ এট...
19/07/2026

আবেলিৰ ৰংবোৰ লাহে লাহে ম্লান পৰিছে,
দিনটোৰ কোলাহলবোৰ নিজম দিছে।
এজাক শীতল বতাহে কাণে কাণে কৈ গৈছে—
"হতাশ নহবা, কাইলৈ আকৌ এটা নতুন ৰাতিপুৱা হ'ব।"Good evining everyone

ভক্তিৰ অনন্য নিদৰ্শন, আমাৰ চহকী সাংস্কৃতিক ঐতিহ্যৰ প্ৰতিচ্ছবি। এই ৰথ যাত্ৰাই আমাৰ আধ্যাত্মিক সংযোগ শক্তিশালী কৰক। 🚩🤝Good...
17/07/2026

ভক্তিৰ অনন্য নিদৰ্শন, আমাৰ চহকী সাংস্কৃতিক ঐতিহ্যৰ প্ৰতিচ্ছবি। এই ৰথ যাত্ৰাই আমাৰ আধ্যাত্মিক সংযোগ শক্তিশালী কৰক। 🚩🤝
Good morning everyone #ৰথযাত্ৰা #জয়জগন্নাথ #ভক্তি #শ্ৰদ্ধা #অসমীয়া #ভাৰতীয়সংস্কৃতি #উলাহ #শুভক্ষণ

আশা আৰু সপোনবোৰ বুকুত বান্ধি, আকৌ এটা দিনক বিদায় দিলোঁ। শুভ ৰাত্ৰি।" 💤Good night everyone
16/07/2026

আশা আৰু সপোনবোৰ বুকুত বান্ধি, আকৌ এটা দিনক বিদায় দিলোঁ। শুভ ৰাত্ৰি।" 💤Good night everyone

নিয়ৰ সৰা দুবৰিৰ পাতে পাতে,এটি নতুন পুৱাই টুকুৰিয়ালে হাতে হাতে।ৰদালিৰ সোণালী হাঁহিটি সানি,শুভ হওক আপোনাৰ আজিৰ দিনটোৰ কা...
16/07/2026

নিয়ৰ সৰা দুবৰিৰ পাতে পাতে,
এটি নতুন পুৱাই টুকুৰিয়ালে হাতে হাতে।
ৰদালিৰ সোণালী হাঁহিটি সানি,
শুভ হওক আপোনাৰ আজিৰ দিনটোৰ কাহিনী।
​সুপ্ৰভাত! 🌸✨Good morning everyone

Address

Barpeta

Website

Alerts

Be the first to know and let us send you an email when Archana Deka posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share

Category