24 Assam

Website

24 Assam জন-গণৰ পক্ষত আৰু
এখোজ-সদায় আপোনাৰ কাষত।
বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক: 📞 9864924790
(1)

21/10/2026

জুবিন গাৰ্গৰ ঘটনাৰ ন্যায় বিচাৰি প্ৰতিবাদ কৰিবলৈ ৰাজপথলৈ ওলাই আহি আ*_ঘা*_তপ্ৰা*_প্ত হয়। ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সাংস্কৃতিক সম্পাদক বাবুল আলী।
কেনেকৈ আ*ঘা*_তপ্ৰা*প্ত হৈছিল, চাওক আমাৰ প্ৰতিবেদন।

21/10/2026

জনীয়াত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সংবাদমেল।

বুধবাৰে জুবিন গাৰ্গৰ হত্যাৰ ন্যায় বিচাৰি দিছপুৰত সাব্যস্ত কৰা প্ৰতিবাদত আৰক্ষীৰ দ্বাৰা আক্ৰমণৰ বলি হোৱা জুবিন অনুৰাগী তথা বৰপেটা জিলা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সাংস্কৃতিক সম্পাদক বাবুল আলীৰ সংবাদমেল।

সংবাদমেলত অংশলৈ গুৰুতৰ অভিযোগ উত্থাপন কৰিলে ৰাইজৰ দলৰ কেন্দ্ৰীয় সম্পাদক আশ্ৰাফুল ইছলাম আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সম্পাদক আল আমিন হকে ?
24 Assam

21/10/2026

সৰভোগৰ বৰনগৰ সাৰ্বজনীন দুৰ্গা পূজা মহোৎসৱত বিটিচিৰ চীফ হাগ্ৰামা মহিলাৰীৰ প্ৰেছ উপদেষ্টা অপূৰ্ব অধিকাৰী, সৰভোগৰ বিশিষ্ট সমাজকৰ্মী মহেন্দ্ৰ দাস ।

দুৰ্গা পূজাৰ সাংস্কৃতিক মঞ্চয়ো মুকলি কৰে অপূৰ্ব অধিকাৰী মহেন্দ্ৰ দাস আমন্ত্ৰিত অতিথি আৰু পূজাৰ কমিটিয়ে
24 Assam

20/10/2026

গণশিল্পী জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত দিছপুৰত মানৱ শৃংখল কাৰ্যসূচীত অংশ গ্ৰহণ কৰাৰ বাবেই বৰপেটা জিলা ছাত্ৰ মুক্তি সংগ্রাম সমিতিৰ সতীৰ্থ বাবুল আলীক মহানগৰ আৰক্ষীয়ে আ*_ক্ৰ*মণ কৰি গুৰুতৰ ভাৱে আঘাত প্ৰাপ্ত কৰিছে। ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সৰোজ দলেৰ নেতৃত্বত পাঁচগৰাকী আৰক্ষীয়ে উদ্দেশ্য প্ৰণোদিত ভাবে বাবুল আলীক আ*_ক্ৰ*মণ কৰে । চিকিৎসাৰ বাবে বাবুল আলীক হায়াত হস্পিতালত ভৰ্তি কৰা হয় । ধিক্কাৰ অসম আৰক্ষী ।
বৰপেটা জিলা ছাত্র মুক্তি সংগ্রাম সমিতিৰ সভাপতি শ্বাহানুৰ ইছলামৰ প্ৰতিক্ৰিয়া
24 Assam
Shahnur Islam

প্ৰতিবাদৰ সময়ত আ*_ঘা*_তপ্ৰা*_প্ত  হোৱা বাবুল আলী বৰ্তমান গুৱাহাটীৰ Hayat Hospitalত চিকিৎসাধীন হৈ আছে।24 Assam
20/10/2026

প্ৰতিবাদৰ সময়ত আ*_ঘা*_তপ্ৰা*_প্ত
হোৱা বাবুল আলী বৰ্তমান গুৱাহাটীৰ Hayat Hospitalত চিকিৎসাধীন হৈ আছে।
24 Assam

20/10/2026

আজি খৰিচলা বজাৰৰ উত্তৰ ফালে পেট্ৰল পাম্পৰ লগত নতুন কৈ এখন ৰেষ্টুৰেণ্ট উদ্বোধন কৰে।

ৰেষ্টুৰেন্ট খনৰ নাম হল Hot Chick's
Cafe & Restaurant
এই ৰেষ্টুৰেন্ট খনৰ স্বত্বাধিকাৰীয়ে বৃহত্তৰ অঞ্চলৰ ৰাইজক জনাই যে অতি কম খৰচত
উন্নত ধৰণৰ খাদ্য যোগান ধৰিব বুলি জানিব দিয়ে
আমাৰ অঞ্চলৰ সকলো ৰাইজ আৰু বিদ্যালয়, মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী সকলক এইবাৰৰ কাৰনে হলেওঁ এই ৰেষ্টুৰেন্ট খনত আহি খাদ্য বোজন কৰিবলৈ আহ্বান জনায়।
24 Assam

20/10/2026

জুবিন গাৰ্গৰ ঘটনাৰ ন্যায় বিচাৰি প্ৰতিবাদ কৰিবলৈ ৰাজপথলৈ ওলাই আহি আ*_ঘা*_তপ্ৰা*_প্ত হয়। ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সাংস্কৃতিক সম্পাদক বাবুল আলী।
24 Assam

20/10/2026

PMAY-G গৃহ আবণ্টনত অনিয়মৰ অভিযোগ, তাৰাকান্দি পঞ্চায়তৰ উপ-সভাপতি আৰু GPC-ৰ ভূমিকাক লৈ প্ৰশ্ন

বৰপেটা জিলাৰ কলগাছিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত তাৰাকান্দি গাঁও পঞ্চায়তত PMAY-G গৃহ আবণ্টনক লৈ গুৰুতৰ অনিয়মৰ অভিযোগ উত্থাপন হৈছে।

অভিযোগ অনুসৰি, জহুৰ উদ্দিন, পিতৃ হাছেন আলীৰ নামত আবণ্টিত হোৱা বুলি দাবী কৰা গৃহটো পৰৱৰ্তী সময়ত আন এজন জহুৰ উদ্দিনৰ নামত আবণ্টন কৰা হয়। এই ঘটনাত গাঁও পঞ্চায়তৰ উপ-সভাপতি আমিৰ আলী ২০ হাজাৰ টকা লোৱাৰ অভিযোগ উত্থাপন কৰিছে আৰু GPC ছাইৰুদ্দিনে ঘৰৰ নামত ৫ হাজাৰ টকা বিনিময়ত এই কাম কৰিছে বুলি অভিযোগ উত্থাপন কৰিছে।

বাৰে বাৰে আবেদন-নিবেদন জনোৱাৰ পিছতো ন্যায় নোপোৱাৰ অভিযোগ তুলি ভুক্তভোগীয়ে কলগাছিয়া থানাত এজাহাৰ দাখিল কৰে। তথাপিও কোনো ফলপ্ৰসূ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ কৰিছে তেওঁ।

দুখীয়াৰ বাবে আবণ্টিত চৰকাৰী ঘৰৰ ক্ষেত্ৰত যদি অনিয়মৰ অভিযোগ উঠে, তেন্তে ইয়াৰ দায়িত্ব কোনে ল'ব? ভুক্তভোগীয়ে অসম চৰকাৰ আৰু বৰপেটা জিলা প্ৰশাসনৰ ওচৰত নিৰপেক্ষ তদন্ত, প্ৰকৃত হিতাধিকাৰীক ন্যায় প্ৰদান আৰু তাৰাকান্দী গাওঁ পঞ্চায়তৰ উপ-সভাপতি আমিৰ আলী আৰু GPC ছাইৰুদ্দিনৰ বিৰুদ্ধে কঠোৰ আইনগত ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে।
24 Assam

20/10/2026

বৰভিঠাত প্ৰায় এবছৰ পূৰ্বে নিৰুদ্দেশ হোৱা মহিলাক হ*_*ত্যা*_ৰ গুৰুতৰ অভিযোগ, মাটিৰ বিবাদক কেন্দ্ৰ কৰি আ_*ক্ৰ_*মণৰ অভিযোগ
কলগাছিয়া আৰক্ষী চকীৰ অন্তৰ্গত বৰভিঠাত প্ৰায় এবছৰ পূৰ্বে নিৰুদ্দেশ হোৱা এগৰাকী মহিলাক হ*_ত্যা কৰা_ৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে। আনহাতে, মাটিৰ বিবাদক কেন্দ্ৰ কৰি দুজন লোকক , ত_*ৰো*_ৱা_*ল আৰু জো*_ঙা বাঁ*_হে_*ৰে আ_*ক্ৰ*_মণ কৰি গুৰুতৰভাৱে আ*_হ_*ত কৰাৰ অভিযোগ উত্থাপন হোৱাত অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি হৈছে।

জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত উত্তাল দিছপুৰ প্ৰতিবাদকাৰীক টানি-আঁজুৰি আটক আৰক্ষীৰ24 Assam
20/10/2026

জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত উত্তাল দিছপুৰ প্ৰতিবাদকাৰীক টানি-আঁজুৰি আটক আৰক্ষীৰ
24 Assam

Address

Kalgachia, Barpeta Road
Barpeta Road
781319

Alerts

Be the first to know and let us send you an email when 24 Assam posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share