utpalsarmaphtography123

utpalsarmaphtography123 All kind photoshot s like indoor outdoor , portfolios,cover design or etc

❤️
30/08/2025

❤️

22/02/2025
12/01/2025

30/07/2024
জীৱন সংগ্ৰামত কেতিয়া কোন মুহূৰ্তত জটিলতা আহি যায় সেয়া হয়তো ভগৱানৰ বাহিৰে আন কোনেও ক'ব নোৱাৰে। তেনে এক জটিল সন্ধিক্ষণত জী...
02/05/2024

জীৱন সংগ্ৰামত কেতিয়া কোন মুহূৰ্তত জটিলতা আহি যায় সেয়া হয়তো ভগৱানৰ বাহিৰে আন কোনেও ক'ব নোৱাৰে। তেনে এক জটিল সন্ধিক্ষণত জীৱনৰ স'তে যুঁজি আছে লখিমপুৰ জিলাৰ নাওবৈচাৰ ১নং খলিহা মাৰী গাঁৱৰ এগৰাকী মাতৃয়ে। শ্ৰী গুনগুন বৈশ্য (চুম) নামৰ এগৰাকী অতি কম বয়সৰ দৰিদ্ৰ পৰিয়ালৰ মাতৃয়ে যোৱা ২ মাহৰ পৰা এক জটিল ৰোগ -Brain tumour ত ভূগি আছে। এটি ৯ মহীয়া পুত্ৰ সন্তানৰ মাতৃ গৰাকীৰ স্বামীয়ে শাক পাচলিৰ বেপাৰ কৰি কোনোমতে চলি আছে। আৰ্থিক ভাৱে অতি দৰিদ্ৰ পৰিয়ালটোৱে তেওঁৰ চিকিৎসাৰ ব্যয় বহন কৰিবলৈ প্ৰায় অপৰাগ হৈ পৰিছে। গুৱাহাটী GMCH ত চিকিৎসা কৰি থকা মাতৃ গৰাকীক বৰ্তমান উন্নত চিকিৎসাৰ (Operation) বাবে বৰ্তমান বাংগালোৰৰ নাৰায়ণা হস্পিতালত ভৰ্তি কৰাৰ ব্যৱস্থা কৰা হৈছে। চিকিৎসাৰ বাবে তেওঁলোকক ৪ লাখ টকাৰ estimate দিছে, যদিওঁঁ আৰ্থিক অসুবিধাৰ বাবে পৰিয়ালটো স্থবিৰ হৈ পৰিছে। এই দুখৰ মুহূৰ্তত দূৰ্ভগীয়া মাতৃ গৰাকীৰ বাবে আপোনালোকৰ কিছু আৰ্থিক সহায় আৰু আশীৰ্বাদৰ প্ৰয়োজন বোধ কৰিছে পৰিয়ালটোৱে। আপোনাৰ ক্ষূদ্ৰ সঁহাৰিয়ে মাতৃ গৰাকীৰ লগতে কণমানি সন্তানটিৰ মুখলৈ হাঁহি বিৰিঙাব পাৰে। আশা কৰিছোঁ নিম্ন উল্লেখিত A/C no ত আপোনালোকে দূৰ্ভগীয়া ৰোগীয়া মাতৃ আৰু কণমানি সন্তানটিৰ প্ৰতি অলপ হ'লেও আৰ্থিক সহায় আগবঢ়াই কৃপা দৃষ্টি প্ৰদান কৰিব।

30/03/2024

Address

Ganeshguri , Hangrabari . .
. .

Telephone

+919365594412

Website

Alerts

Be the first to know and let us send you an email when utpalsarmaphtography123 posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to utpalsarmaphtography123:

Share

Category